‘ছীল কৰা ধুবুৰীৰ ‘সাৰদা’ৰ অট্টালিকাত পুনৰ নিৰ্মাণকাৰ্য’। নিৰ্মাণকাৰ্য বিতৰ্কিত ব্যৱসায়ী মনোজ তাঁতীৰ। dcৰ নিৰ্দেশত adc ছৰফৰাজ হকৰ প্ৰতিবেদন দাখিল। adc হকৰ প্ৰতিবেদনত অসন্তুষ্ট ধুবুৰীৰ dc দেৱ কুমাৰ কলিতা। পুনৰ তদন্তৰ নিৰ্দেশ চক্ৰ বিষয়াক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ