ক’ৰোনা সংক্ৰমণক লৈ উদ্বিগ্ন আলফা (স্বাঃ)। শাৰদীয় দুৰ্গোৎসৱ উদযাপন বৰ্জনৰ আহ্বান। ৰাজ্য চৰকাৰলৈ আলফা (স্বাঃ)ৰ প্ৰশ্ন। ৰঙালী বিহু বৰ্জনৰ নিৰ্দেশ, দুৰ্গাপূজাৰ অনুমতি কিয়?