চাহ বাগিচাৰ মালিকৰ স্বাৰ্থত বিজেপি। কিন্তু শ্ৰমিকক দেখুৱাইছে বুঢ়া আঙুলি। সকলো তথ্য ফাদিল কৰিলে কংগ্ৰেছ, গণ মৰ্চা আৰু CPI, CPI(ML)ৰ যৌথ সংবাদমেলত।