• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

3 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

2 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

2 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

3 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

3 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

4 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

5 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

5 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

6 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

6 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

7 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

8 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

editor by editor
May 31, 2023
in অপৰাধ, অসম, গুৱাহাটী, জীৱনশৈলী
0
জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
পাহৰণিৰ বুকুত আৰক্ষী বিষয়া জোনমণি ৰাভা। সময়ে গঢ়ে, সময়েই মচি নিয়ে। কিন্তু এগৰাকী মাতৃয়ে বুজে, সন্তানক হেৰুওৱাৰ দুখে কেনেদৰে হৃদয় ভাঙে? জোনমণিৰ মাতৃৰ বুকুত জ্বলি আছে একুৰা ক্ষোভৰ জুই। মাতৃয়ে বিস্ফোৰক মন্তব্য কৰি কৈছে, ‘মই জানো, জোনমণিক তেওঁলোকেই হত্যা কৰিছে৷’ কিন্তু তেওঁলোক কোন?

জোনমণি ৰাভাৰ মৃত্যুৰ ১০ দিন পাৰ হোৱাৰ পাছতো আগবঢ়া নাই মৃত্যুৰ তদন্ত৷ আজিকোপতি জেৰা কৰা হোৱা নাই সন্দেহৰ আঙুলি উঠা SP লীনা দলেক৷ মাতৃয়ে আকৌ এবাৰ ক্ষোভেৰে কৈছে, ‘মোৰ ছোৱালীৰ মৃত্যুৰ তদন্ত আগবঢ়া নাই৷ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰতো সময়েই নাই৷ সাধাৰণ এক্সিডেণ্টত যাব পাৰে কিন্তু ইয়ালৈ আহিব নোৱাৰে৷ এজন আৰক্ষী বিষয়াইয়ো আমাক দেখা দিবলৈ অহা নাই৷ চক্ৰান্ত কৰি তেওঁলোকে জোনমণিক হত্যা কৰিছে৷

এটা সাধাৰণ দুৰ্ঘটনা হ’লেই মুখ্যমন্ত্ৰীয়ে সেই স্থানত উপস্থিত হয়, কিন্তু এগৰাকী আৰক্ষী বিষয়াৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পাছতো এবাৰ খবৰ ল’বলৈ মুখ্যমন্ত্ৰীৰ আহৰি নোহোৱাটোক লৈয়ো সন্দেহ প্ৰকাশ কৰিছে জোনমণিৰ মাতৃয়ে৷ কন্যাক হেৰুৱাই ভাঙি পৰা মাতৃয়ে আঙুলি টোৱাইছে কেইবাজনো আৰক্ষী বিষয়াৰ বিৰুদ্ধে৷ মাতৃয়ে লগতে কয়, ‘মই মোৰ ছোৱালীক হেৰুৱালো৷ তাই গছ হৈ পৰিয়ালটোক ছাঁ দি আছিল৷ তাই নিজেই এক্সিডেণ্ট হৈ মৰিলে এই মৃত্যুক মানি ল’লোহেতেন৷ বেমাৰ হৈ মৰিলেও এই মৃত্যুক স্বীকাৰ কৰিলোহেতেন৷ তেওঁলোকে মাতি নি বুদ্ধি কৰি মাৰি পেলালে৷ লীনা দলেৰ মুখেৰে আজিও কিয় এটা মাত উলিয়াব নোৱাৰিলে? জোনমণিক মাতি নি কি বুজাইছিল লীনা দলে?

মাতৃয়ে লীনা দলেৰ উপৰিও আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে উত্থাপন কৰিছে কেইবাটাও অভিযোগ৷ কিয় নিশা ১০ বজাত আভাজ্যোতিয়ে সেইদিনা মাতি নিছিল জোনমণি ৰাভাক? ইয়াৰোপৰি মাতৃৰ প্ৰশ্ন, ‘মোৰ ছোৱালীক হত্যা কৰি মোৰ ঘৰত ৰেড মাৰিবলৈ আহিল? মই হাতে ভৰিয়ে ধৰি সেইদিনা জোনমণি ক’ত আছে সুধিছিলো৷ জোনমণিৰ মৃত্যু হোৱাৰ কথা মোক কিয় কোৱা নাছিল? জোনমণিৰ নামত কেছ ৰেজিষ্টাৰ হোৱাৰ খবৰ দিলে কিন্তু এক্সিডেণ্টৰ কথা নক’লে৷ জোনমণিক এৰেষ্ট কৰিব, লকআপত ৰাখিব, আকৌ জে’ল হ’ব ক’লে৷ ডে’ডবডী চমজাই দিওতেওঁ অন্যৰ ছহী লৈ ডে’ডবডী কিয় দিয়া হ’ল?

এটা এটাকৈ বহুকেইটা প্ৰশ্ন আনিছে মাতৃয়ে৷ এই প্ৰশ্নসমূহ চিআইডি, চিবিআই তথা অসম আৰক্ষীয়ে কেতিয়াবা দিবনে? কন্যাক হেৰুৱাৰ যন্ত্ৰণা সামৰি মাতৃয়ে বাট চাইছে নিশ্চয় এগৰাকী চৰকাৰী বিষয়াৰ মৃত্যুৰ তদন্ত অসম চৰকাৰৰ গৃহবিভাগে সঠিকভাৱেই কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?
জীৱনশৈলী

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
Next Post
‘ইয়াদ আয়েঙ্গে ইয়ে পল’… এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ

'ইয়াদ আয়েঙ্গে ইয়ে পল'... এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ

অভিনয় ক্ষেত্ৰৰ পৰা কিয় আঁতৰি আহিল দীপিকা কক্কৰ? ভিতৰুৱা বহু কথা অৱশেষত খুলি ক’লে দীপিকাই

অভিনয় ক্ষেত্ৰৰ পৰা কিয় আঁতৰি আহিল দীপিকা কক্কৰ? ভিতৰুৱা বহু কথা অৱশেষত খুলি ক’লে দীপিকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.