• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোনমণিয়ে ১.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল’লে! জোনমণিৰ বাসগৃহত আৰক্ষীৰ অভিযান চলিল নিশা প্ৰায় ৩ বজাত, ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা

জোনমণিয়ে ১.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল’লে! জোনমণিৰ বাসগৃহত আৰক্ষীৰ অভিযান চলিল নিশা প্ৰায় ৩ বজাত, ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা

3 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

10 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

10 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

11 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

11 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

12 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

12 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

13 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

13 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

13 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

13 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

14 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জোনমণিয়ে ১.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল’লে! জোনমণিৰ বাসগৃহত আৰক্ষীৰ অভিযান চলিল নিশা প্ৰায় ৩ বজাত, ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা

editor by editor
May 16, 2023
in অসম
0
জোনমণিয়ে ১.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল’লে! জোনমণিৰ বাসগৃহত আৰক্ষীৰ অভিযান চলিল নিশা প্ৰায় ৩ বজাত, ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই সমগ্ৰ মৃত্যুৰ ঘটনাটোৱেই সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত। বাগদানৰ পাছতেই হ’বলগীয়া স্বামী ৰাণা পগাগক গ্ৰেপ্তাৰ কৰাৰ পৰা বিধায়ক অমিয় কুমাৰ ভূঞাক ফোনযোগে ভুল আঙুলিয়াই দিয়ালৈকৈ এই সকলোবোৰৰ মাজতেই এগৰাকী সাহসী আৰক্ষী বিষয়াক দেখা পাইছিল অসমৰ ৰাইজেও। কিন্তু হঠাতেই জোনমণিৰ বিৰুদ্ধে আহিল কেইবাটাও বিস্ফোৰক অভিযোগ। জোনমণিৰ নাম পোনপটীয়াকৈ সাঙুৰ খাই পৰিল দুৰ্নীতিত। কাৰাগাৰলৈ পঠিওৱা হ’ল আৰক্ষী বিষয়া জোনমণিক।

কিছুদিন কাৰাগাৰত থকাৰ পাছত এই সকলোবোৰ তল পেলাই জোনমণি নগাওঁ মৰিকলং থানাৰ SI হিচাপে যোগদান কৰে। দায়িত্বভাৰ লৈয়েই পূৰ্ণগতিত কাম আৰম্ব কৰিলে জোনমণিয়ে। ড্ৰাগছ মাফিয়াৰ পৰা চোৰ ডকাইত সকলোৰে বাবে আতংকৰ নাম হৈ পৰিল SI জোনমণি ৰাভা। কিন্তু হঠাতেই এটা দুৰ্ঘটনা আৰু থিতাতে সকলো শেষ। সোমবাৰে দোভাগ নিশা অৰ্থাৎ প্ৰায় ১.৪৫ বজাত হোৱা পথ দুৰ্ঘটনাত মৃত্যুক আকোঁৱালি ল’লে জোনমণিয়ে। জোনমণিক দুৰ্ঘটনাৰ পাছতেই জখলাবন্ধা অসামৰিক চিকিৎসালয়ত ভৰ্তী কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইয়াৰ পাছতেই কিন্তু বিগত নিশা প্ৰায় ৩ মান বজাত আৰক্ষীয়ে জোনমণিৰ বাসগৃহত তালাছি চলায়। তালাছিৰ বাবে জোনমণিৰ ঘৰত ডিএছপি, এছপি কে ধৰি কেইবাজনো আৰক্ষী বিষয়াই জোনমনিৰ বাসগৃহত অভিযান চলায় ১ লাখ টকা লৈ অনা বুলিও মাতৃয়ে জনাইছে। ইপিনে জোনমণিৰ মৃত্যুৰ পাছতেই কিয় হঠাৎ জোনমণিৰ বাসগৃহত তালাচি চলোৱা হ’ল সেই কথাও এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
Next Post
১৫ মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত আমিনা খাতুনে দিয়া এজাহাৰত কি আছিল? এজাহাৰৰ A To Z…

১৫ মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত আমিনা খাতুনে দিয়া এজাহাৰত কি আছিল? এজাহাৰৰ A To Z...

বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ যুৱক, ঘৰলৈ আহি থকাৰ সময়তে ট্ৰেইনৰ পৰা নিৰুদ্দেশ হৈছে যুৱকজন…

বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ যুৱক, ঘৰলৈ আহি থকাৰ সময়তে ট্ৰেইনৰ পৰা নিৰুদ্দেশ হৈছে যুৱকজন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.