• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ মোদী! বিশেষ ডিনাৰত প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ ল’ব অসম কন্যা প্ৰিয়ংকা দাস ৰাজকাকতিয়ে

দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ মোদী! বিশেষ ডিনাৰত প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ ল’ব অসম কন্যা প্ৰিয়ংকা দাস ৰাজকাকতিয়ে

3 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

2 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

2 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

3 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

3 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

4 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

4 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

5 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

6 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

6 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

7 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

8 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ মোদী! বিশেষ ডিনাৰত প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ ল’ব অসম কন্যা প্ৰিয়ংকা দাস ৰাজকাকতিয়ে

editor by editor
July 13, 2023
in অসম, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ মোদী! বিশেষ ডিনাৰত প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ ল’ব অসম কন্যা প্ৰিয়ংকা দাস ৰাজকাকতিয়ে
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চলিত বছৰত ‘বাস্তিল ডে পেৰেড’ অনুষ্ঠানত আমন্ত্ৰিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শুকুৰবাৰে টুইটযোগে এই কথা প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ফ্ৰান্সৰ প্ৰেছিডেণ্ট ইমানুৱেল মেক্ৰণে আমন্ত্ৰণ কৰিছে মোদীক। উল্লেখ্য যে ১৪ জুলাইত পেৰিছত আয়োজিত হ’ব বাস্তিল ডে পেৰেড। তাত মোদীৰ সমান্তৰাকৈ উপস্থিত থাকিব অসম কন্যা প্ৰিয়ংকা দাস ৰাজকাকতি। মোদীৰ দুদিনীয়া ভ্ৰমণসূচীত মোদীৰ সৈতে থাকিব অসম কন্যা প্ৰিয়ংকা। প্ৰিয়ংকা দাস ৰাজকাকতি এগৰাকী এৰোস্পেছ অভিযন্তা।

ফ্ৰান্সত হ’বলগীয়া এই নৈশ ভোজনত অসমৰ জীয়াৰী প্ৰিয়ংকাই ‘অসমীয়া মেখেলা চাদৰ’ পৰিধান কৰিব। অসমত জন্মলাভ কৰা প্ৰিয়ংকাৰ শৈশৱ কৈশোৰ দিল্লীতেই পাৰ হৈছে। প্ৰিয়ংকাৰ পিতৃ মনোজ কুমাৰ দাস উত্তৰ পূব উন্নয়ন বিত্ত নিগমৰ এগৰাকী শীৰ্ষ বিষয়া। অসমৰ ধেমাজীৰ বাসিন্দা মনোজ কুমাৰ দাস। প্ৰিয়ংকাৰ মাতৃ অজন্তা বৰুৱাও এগৰাকী সু প্ৰতিষ্ঠিত চিকিৎসক। বৰ্তমান পেৰিছত বাস কৰে প্ৰিয়ংকাই। তেওঁ ফ্ৰান্সৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত এগৰাকী প্ৰাক্তন শিক্ষাৰ্থী ৰাষ্ট্ৰদূত। এৰোস্পেছ ইঞ্জিনীয়াৰ হিচাপে তেওঁ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত এবছৰ অতিক্ৰম কৰিছে। ২০১৯ চনত তেওঁ এণ্টাৰ্কটিকালৈ মহিলা বিজ্ঞানীৰ দল এটা লৈ যাত্ৰাও কৰিছিল।

প্ৰিয়ংকা দাস ৰাজকাকতি কোন?
প্ৰিয়ংকাই সৰুতেই পিতৃৰ আঙুলিত ধৰি আকাশৰ বুকুত উৰাৰ সপোন দেখিছিল। প্ৰিয়ংকাৰ শৈশৱৰ সেই সপোন এতিয়া পূৰ্ণ হৈছে। বিশ্বৰ অন্যতম এটা উৰণ সংস্থাৰ সৈতে তেওঁ চুক্তিবদ্ধ। পাইলট নহ’লেও উৰাজাহাজৰ পৰা উপগ্ৰহলৈকে সকলো উৰুওৱাৰ কথা তেওঁৰ নখদৰ্পণত। অদূৰ ভৱিষ্যতে ভাৰতীয় বায়ুসেনাৰ হাতলৈ আহিবলগা অত্যাধুনিক ৰাফেল বিমান তৈয়াৰ কৰাৰ সংস্থা ‘ছাফ্ৰান’ সংস্থাৰ সৈতে তেওঁ চুক্তিবদ্ধ। মাত্ৰ ২৭বছৰ বয়সতেই ‘ছাফ্ৰান’ৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে অসম কন্যা প্ৰিয়ংকা। প্ৰিয়ংকাই ইতিমধ্যেই ফ্ৰান্সৰ নাগৰিকত্ব লাভ কৰিছে।

প্ৰিয়ংকাৰ পিতৃ মনোজ দাস পেছাত এগৰাকী ইঞ্জিনীয়াৰো। গুৱাহাটীৰ নেডফি হাউছৰ তেওঁ ডাইৰেক্টৰ। মাতৃ অজন্তা বৰুৱা দিল্লীৰ স্বাস্থ্য বিভাগত কৰ্মৰত। প্ৰিয়ংকাৰ আইতাক ঠাকুৰ্দা দাসে নাতিনীয়েকক এগৰাকী মহাকাশ বিজ্ঞানী হিচাপে গঢ়ি তোলাৰ সপোন দেখিছিল। আইতাক ঠাৰ্কুদাই নাতিনীয়েকক আকাশলৈ দেখুৱাই কৈছিল, ‘তাত তুমি এদিন উৰিবা।’ আইতাকে ভৱামতেই প্ৰিয়ংকা এতিয়া এগৰাকী এৰোস্পেছ অভিযন্তা।

দিল্লীৰ চেণ্ট ষ্টিফেন্স কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক প্ৰিয়ংকাই ১৭৯৮ চনত নেপোলিয়ানৰ ‘ইকল পলিটেকনিক’ কলেজত সুযোগ পায়। পেৰিছৰ পৰা প্ৰিয়ংকাই জনাই যে, ‘ফ্ৰান্স চেন্টাৰ ফৰ স্পেছ ষ্টাডিছ’ত আয়োজিত ‘একুইন স্পেছ’ বিজ্ঞান সমাবেশত চলাৰ পেনেলৰ নক্সা তৈয়াৰ কৰি পেৰিছৰ ভিতৰত প্ৰথম হোৱাৰ বিপৰীতে দেশৰ ভিতৰত পঞ্চম হয়। মাইক্ৰ ছেটেলাইট ‘কিউবি-৫০’, ‘এটলাছ-৫’ ৰকেটৰ মাধ্যমেৰে মহাকাশলৈ পঠোৱা হয়। তাতো তেওঁ কৰ্মৰত হৈ আছে। মহাকাশ স্পৰ্শ কৰিব পাৰিলেই মোৰ সপোন সাৰ্থক হ’ব বুলি বহুকেইটা ইণ্টাৰভিউ’ত জনাইছে প্ৰিয়ংকাই।

নাছাত থকা বিশ্বৰ ৩২ জন বিজ্ঞানীৰ ভিতৰত স্থান লাভ কৰিছে প্ৰিয়ংকাই। নাছাৰ ‘জেট প্ৰপালছন লেবৰটৰীত’ কাম কৰাৰ সুযোগ লাভ কৰিছে প্ৰিয়ংকাই। ইকলৰ পৰা ডাটা চায়েন্সৰ স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত তেওঁ ব্ৰাজিলৰ ছাও পাওলো বিশ্ববিদ্যালয়ৰ পৰা ৰোবোটিক্স আৰু আৰ্টিফিছিয়েল ইণ্টেলিজেন্সত কাম কৰি আছে। ইয়াৰ পাছতেই ‘আইএছএই’ চুপাৰৰ পৰা এয়াৰোস্পেছ ইঞ্জিনিয়াৰিঙত দ্বিতীয়বাৰৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী লয় প্ৰিয়াংকাই। তাৰপাছতেই তেওঁ ছাফ্ৰানৰ গৱেষণা প্ৰকল্পত ভৰি দিয়ে।

বিশ্ববিখ্যাত প্ৰতিৰক্ষা আৰু প্ৰযুক্তি সংস্থা ‘ছাফ্ৰান’য়ে যুদ্ধবিমান, হেলিকপ্টাৰ, ড্ৰোণ, ৰণতৰী, মিছাইলৰ বাবে উন্নতম প্ৰযুক্তি তৈয়াৰ কৰি আহিছে। ভাৰতে ক্ৰয় কৰা ৰাফেলৰ প্ৰযুক্তিৰ বহু সামগ্ৰীয় ছাফ্ৰানতেই তৈয়াৰ হৈছে। অসমকন্যা প্ৰিয়ংকাই চেটেলাইট নেভিগেছন চিষ্টেমৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ তথ্য আদান-প্ৰদান বিভাগত কাম কৰে প্ৰিয়ংকাই। সেই প্ৰিয়ংকাই এতিয়া প্রধানমন্ত্ৰী মোদীৰ সৈতে ফ্ৰান্সত বিশেষ ডিনাৰত অংশগ্ৰহণ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
Next Post
শাওন মাহ এইকেইটা ৰাশিৰ বাবে বিশেষ হ’ব! শিৱ আৰু শনিৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

শাওন মাহ এইকেইটা ৰাশিৰ বাবে বিশেষ হ’ব! শিৱ আৰু শনিৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল! গৱেষণাই কি কয়?

সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল! গৱেষণাই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.