• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত দৈনিক সংঘটিত হয় ১০০ টা হত্যাকাণ্ড! আপুনি জানেনে পৃথিৱীৰ প্ৰথম হত্যাকাণ্ডটো ক’ত কেতিয়া কেনেকৈ সংঘটিত হৈছিল?

দেশত দৈনিক সংঘটিত হয় ১০০ টা হত্যাকাণ্ড! আপুনি জানেনে পৃথিৱীৰ প্ৰথম হত্যাকাণ্ডটো ক’ত কেতিয়া কেনেকৈ সংঘটিত হৈছিল?

3 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

15 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

15 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

16 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

16 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

17 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

17 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

17 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

18 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

18 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

18 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

19 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দেশত দৈনিক সংঘটিত হয় ১০০ টা হত্যাকাণ্ড! আপুনি জানেনে পৃথিৱীৰ প্ৰথম হত্যাকাণ্ডটো ক’ত কেতিয়া কেনেকৈ সংঘটিত হৈছিল?

editor by editor
December 24, 2022
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
দেশত দৈনিক সংঘটিত হয় ১০০ টা হত্যাকাণ্ড! আপুনি জানেনে পৃথিৱীৰ প্ৰথম হত্যাকাণ্ডটো ক’ত কেতিয়া কেনেকৈ সংঘটিত হৈছিল?
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰতিদিনে বিশ্বত সংঘটিত হয় ২০০০ হত্যাকাণ্ড৷ ভাৰতত প্ৰতিদিনে সংঘটিত হয় ১০০টা হত্যাকাণ্ড৷ ইয়াৰ মাজতেই বহু হত্যাকাণ্ড দৃষ্টিৰ অগোচৰে ৰৈয়ো যায়৷ এই হত্যাকাণ্ডসমূহৰ কোনটো আটাইতকৈ বৰ্বৰ আৰু জঘন্য সেয়া নিৰ্দিষ্টকৈ ক’ব নোৱাৰি। প্ৰতিনিয়ত হত্যাকাৰীয়ে ন’ ন’ উপায়েৰে সংঘটিত কৰি আহিছে বৰ্বৰতকৈও বৰ্বৰ হত্যাকাণ্ড। কোনো কোনো লোকে এটাৰ পিছত এটাকৈ হত্যাকাণ্ড সংঘটিত কৰি হৈ পৰিছে ছিৰিয়েল কিলাৰো। অসমতো শেহতীয়াকৈ ঘটিব লাগিছে এটাৰ পাছত আনটো হত্যাকাণ্ড। প্ৰতিদিনেই ভিন্ন ঠাইত উদ্ধাৰ হয় একো একোটা মৃতদেহ৷ কিয় মানুহৰ মনত থাকে এই হত্যাকাৰীৰ প্ৰৱণতা?

মানুহেই কিয় হত্যা কৰে মানুহক?

এই প্ৰশ্নৰ উত্তৰ সতকাই দিয়াটো টান। গৱেষকসকলৰ মতে বাঘ-সিংহৰ দৰে মানুহো হিংস্ৰ প্ৰাণীসমূহৰ অন্যতম। কাজেৰে সভ্যতাৰ শিখৰত আৰোহণ কৰিলেও আজিও মানুহে ত্যাগ কৰিব পৰা নাই জিঘাংসু মনোবৃত্তি। যুগ যুগ ধৰি এই জিঘাংসু মনোবৃত্তিয়ে একাংশ মানুহক পৰিণত কৰি আহিছে হত্যাকাৰীত। কিন্তু আপোনালোকে জানেনে? পৃথিৱীৰ প্ৰথমটো হত্যাকাণ্ড ক’ত সংঘটিত হৈছিল? কি অস্ত্ৰৰে সংঘটিত কৰা হৈছিল পৃথিৱীৰ প্ৰথমটো হত্যাকাণ্ড? কোন আছিল পৃথিৱীৰ প্ৰথমজন হত্যাকাৰী? কিয় প্ৰথমজন হত্যাকাৰীয়ে সংঘটিত কৰিছিল হত্যাকাণ্ড?

পৃথিৱীৰ প্ৰথমটো হত্যাকাণ্ড সংঘটিত হৈছিল আজিৰ পৰা ৪লাখ ৩০হাজাৰ বছৰ পূৰ্বে। হত্যাকাৰীয়ে অতি বৰ্বৰভাৱে লোকজনক মূৰত প্ৰচণ্ড জোৰে এবাৰ নহয় দুবাৰকৈ আঘাত কৰিছিল। ইমানতেই ক্ষান্ত থকা নাছিল সেই আদিম হত্যাকাৰী। সকলো সীমা চেৰাই হত্যাকাৰীয়ে হত্যাৰ বলি হোৱা লোকজনৰ বাওঁফালৰ চেলাউৰিৰ ওপৰেৰে সোমোৱাই দিছিল কোনো প্ৰাচীন অস্ত্ৰ। তাৰ পিছত মৃতদেহটো দলিয়াই দিছিল ৪৩ ফুট দ’ গাঁতলৈ৷ হত্যাৰ বলি হোৱা লোকজন আছিল যথেষ্ট কম বয়সীয়া৷

বিশ্বৰ প্ৰথমটো হত্যাকাণ্ডৰ বলি হোৱা লোকজন পুৰুষ নে মহিলা আছিল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই। জীৱাশ্মবিদ নহেমি ছালাৰ মতে মূৰত কৰা আঘাতৰ ফলতেই মৃত্যু হৈছিল সেই লোকজনৰ। লোকজনৰ হাততো হত্যাকাৰীৰ উপৰ্যুপৰি প্ৰহাৰ কৰিছিল বুলি অনুমান কৰিছে জীৱাস্মবিদসকলে। অৱশ্যে একাংশ জীৱাস্মবিদে ইয়াতকৈয়ো পূৰ্বে হত্যাকাণ্ড সংঘটিত হৈছিল বুলি বহুসময়ত ক’ব খোজে। কিন্তু বৰ্তমানলৈকে জানিব পৰা হোৱা জঘন্য হত্যাকাণ্ডসমূহৰ ভিতৰত এইটোৱেই প্ৰথম বুলি দাবী কৰি আহিছে অধিকাংশ জীৱাস্মবিদ আৰু বিশেষজ্ঞসকলে।

ক’ত হৈছিল এই হত্যাকাণ্ড?

মাদ্ৰিদত সংঘটিত হৈছিল এই জঘন্য হত্যাকাণ্ডটো৷ শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল লোকজনক৷ লগে লগেই প্ৰাণবায়ু গৈছিল ভূক্তভোগী লোকজনৰ৷ হত্যাকাণ্ডটো ইমানেই ভয়াৱহ আছিল যে আক্ৰমণৰ কেই মিনিটমান পাছতেই মৃত্যু হৈছিল লোকজনৰ। নেছনেল জিঅ’গ্ৰাফিকত সম্প্ৰচাৰিত এক তথ্যচিত্ৰত উল্লেখ কৰা মতে উক্ত হত্যাকাণ্ডটোৰ আঁৰত এজন হত্যাকাৰীয়েই জড়িত আছিল। হত্যা কৰাৰ পিছত গুহা এটাৰ পৰা বাহিৰলৈ দলিয়াই দিয়া হৈছিল ৰক্তাক্ত শৰীৰটো। তাৰ পিছত কেইবা লাখ বছৰ তেনেদৰেই মাটিত পোত খাই আছিল বৰ্বৰ হত্যাকাণ্ডৰ বলি হোৱা পৃথিৱীৰ প্ৰথমজন দূৰ্ভগীয়া লোক। অৱশেষত প্ৰত্নতত্ববিদ আৰু জীৱাস্মবিদসকলৰ যুটীয়া অভিযানত লাখ লাখ বছৰ পিছত উদ্ধাৰ হৈছিল সেই দূৰ্ভগীয়া লোকজনৰ জীৱাস্ম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
শীতকালত ওঁঠ ফটাৰ সমস্যা আছে! এইকেইটা ঘৰুৱা উপায় অৱলম্বন কৰিলেই দূৰ হ’ব এই সমস্যা…

শীতকালত ওঁঠ ফটাৰ সমস্যা আছে! এইকেইটা ঘৰুৱা উপায় অৱলম্বন কৰিলেই দূৰ হ’ব এই সমস্যা...

ৰাহুলে কৈছে, ‘ঘৃণাৰ বজাৰত মই প্ৰেমৰ দোকান খুলিম কৈছিলো এয়া চাওক প্ৰমাণ…’

ৰাহুলে কৈছে, 'ঘৃণাৰ বজাৰত মই প্ৰেমৰ দোকান খুলিম কৈছিলো এয়া চাওক প্ৰমাণ...'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.