ক্ষুদ্ৰ কিতাপ লিখি চর্চাত এগৰাকী ছাত্ৰী। ৪৯ পৃষ্ঠাজোৰা ৰীতামণি বৰাৰ ক্ষুদ্ৰ কিতাপ। ‘অসম বুক অব্ ৰেকর্ডছ’ত নাম সন্নিবিষ্ট লালুকৰ জীয়ৰীৰ।