ধুবুৰীত শিল-বালি-মাটিৰ বৃহৎ ছিণ্ডিকেট। শ্ৰীৰামপুৰ শিমুলটাপুৰ পৰা ধুবুৰীৰ বিভিন্ন অঞ্চললৈ। শিল-বালি-মাটিৰ অবাধ সৰবৰাহ। প্ৰতিখন ট্ৰাকে আদায় দিব লাগে ২,০০০ টকাকৈ। বিভিন্ন স্থানত ভৰিব লাগে আৰু বহু টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ