• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিজ্জা দিবলৈ গৈ প্ৰেমত পৰিল যুৱক! ক্ৰেতাক প্ৰস্তাৱ দিয়েই বিপদত ডেলিভাৰি বয়, কি হৈছে ডেলিভাৰী বয়ৰ সৈতে?

3 years ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

5 minutes ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 hour ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

2 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

3 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

4 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

5 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

22 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

23 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিজ্জা দিবলৈ গৈ প্ৰেমত পৰিল যুৱক! ক্ৰেতাক প্ৰস্তাৱ দিয়েই বিপদত ডেলিভাৰি বয়, কি হৈছে ডেলিভাৰী বয়ৰ সৈতে?

editor by editor
July 1, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পিজ্জা দিবলৈ গৈ প্ৰেমত পৰিল যুৱক! ক্ৰেতাক প্ৰস্তাৱ দিয়েই বিপদত ডেলিভাৰি বয়, কি হৈছে ডেলিভাৰী বয়ৰ সৈতে?
0
SHARES
15.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অনলাইন এপৰ জৰিয়তে খাদ্য অৰ্ডাৰ কৰাটো এতিয়া প্ৰায়সমূহ চহৰ নগৰতে সম্ভৱ। বিৰিয়ানী, পিজ্জা আদি বহুতেই অনলাইন এপৰ জৰিয়তে অৰ্ডাৰ কৰে। এনেদৰে অনলাইনত অৰ্ডাৰ দিয়া খাদ্য ডেলিভাৰি দিবলৈ গৈয়েই প্ৰেম হ’ল এজন যুৱকৰ। অনলাইন অৰ্ডাৰ ডেলিভাৰি বয়ৰ পৰা প্ৰেমৰ প্ৰস্তাৱ লাভ কৰি অবাক হৈ পৰে যুৱতীও। বৃহস্পতিবাৰে নিশা উত্তৰপ্ৰদেশৰ ঘটিছে এই ঘটনা। পিজ্জা ডেলিভাৰি বয়ৰ এই প্ৰস্তাৱে এতিয়া দৃষ্টি কাঢ়িছে বহুতৰে।

পিজ্জা অৰ্ডাৰ কৰা যুৱতীগৰাকীৰ নাম কণিষ্কা। কণিষ্কাই ইতিমধ্যে এই ঘটনাক লৈ আৰক্ষীৰ কাষ চপাৰ পাছতেই পোহৰলৈ সমগ্ৰ ঘটনা। পিজ্জা ডেলিভাৰি দিবলৈ যোৱা যুৱকজনৰ নাম কবীৰ। ঘটনাটো শুকুৰবাৰৰ নিশা। শুকুৰবাৰে নিশা কণিষ্কাই পিজ্জা অৰ্ডাৰ কৰাৰ পাছতেই কণিষ্কাৰ ফোন নম্বৰটো লাভ কৰে কবীৰে। নিশাই কণিষ্কাৰ নম্বৰত মেছেজ দিবলৈ আৰম্ভ কৰে। পোনতে কবীৰে দিয়ে, ‘মোৰ নাম কবীৰ। তোমাৰ ঘৰত পিজ্জা দিবলৈ গৈছিলো। তোমাক মোৰ ভাল লাগিছে।’ কবীৰৰ এই মেছেজৰ স্ক্ৰীণশ্বট টুইটাৰত নিজেই শ্বেয়াৰ কৰিছে কণিষ্কাই।

কণিষ্কাই টুইটাৰত লিখিছে, ‘অনলাইন ডেলিভাৰি বয়ৰ নাম কবীৰ। দোকানত তেওঁৰ নাম মন্নু। আইডি ত লিখা আছে কবীৰবাবুল। মোৰ সি এড্ৰেছ লাভ কৰিছে। কাইলৈ যদি মই বিপদত পৰো কি হ’ব?’ কণিষ্কাৰ টুইট ইতিমধ্যে উত্তৰপ্ৰদেশৰ আৰক্ষীয়েও প্ৰত্যক্ষ কৰিছে। আৰক্ষীয়ে লগে লগেই যুৱতীগৰাকীৰ সুৰক্ষা নিশ্চিত কৰি নিৰাপত্তাৰ আশ্বাসো দিছে কণিষ্কাক। আৰক্ষীৰ আশ্বাসৰ পাছতেই পিজ্জা প্ৰস্তুতকাৰী সংস্থাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰো কথা টুইটত প্ৰকাশ কৰিছে কণিষ্কাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
Next Post
আৰম্ভ হ’ল অমৰনাথ যাত্ৰা! অমৰনাথ গুহাৰ দিশে ৰাওনা ৩,৪৮৮ গৰাকী তীৰ্থযাত্ৰীৰ দল

টোপনিৰ মাজতেই দুৰ্ঘটনা! তৰ্কিবলৈ সুযোগ নৌপাওতেই প্ৰাণ গল ২৬জন লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন