বলীউডত উজলিল নলবাৰীৰ তমন্না। এ আৰ ৰহমানৰ প্ৰযোজিত ‘আটকন চাটকন’ত কণমানি তমন্না। ৫ ছেপ্টেম্বৰত মুক্তি পাব ‘আটকন চাটকন’।