বন্ধন বেংকে দেখুৱাইছে স্বাৱলম্বিতাৰ পথ। নিবনুৱা যুৱক-যুৱতীক দিছে সহায়-সকাহ। তিনিচুকীয়াৰ লংটং শাখাই বহু পৰিয়াললৈ আনিছে সুখৰ বতৰা।