• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰিটেইনত উদ্ধাৰ গান্ধীজীৰ সোণৰ চছমা

ব্ৰিটেইনত উদ্ধাৰ গান্ধীজীৰ সোণৰ চছমা

6 years ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

7 minutes ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

31 minutes ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

1 hour ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

2 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

3 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

3 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

5 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

13 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

13 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

14 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

14 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ব্ৰিটেইনত উদ্ধাৰ গান্ধীজীৰ সোণৰ চছমা

ব্ৰিটেইনত শীঘ্ৰেই নিলাম হ’ব চছমাযোৰ

editor by editor
August 10, 2020
in বিশ্ব, ভাৰত
0
ব্ৰিটেইনত উদ্ধাৰ গান্ধীজীৰ সোণৰ চছমা
0
SHARES
90
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ উত্তৰ পশ্চিম ব্ৰিটেইনৰ হানহাছ চহৰৰ ইষ্ট ব্ৰিষ্টল নিলাম সংস্থাৰ হাতত পৰিছে গান্ধীজী ব্যৱহৃত সোণৰ এযোৰ চছমা। শীঘ্ৰেই চছমাযোৰ নিলাম কৰাৰ ব্যৱস্থা কৰিছে ইষ্ট ব্ৰিষ্টল কৰ্তৃপক্ষই। নিলাম সংস্থাৰ দাবী এজন ব্যৱসায়ীৰ পৰা দেওবাৰে গান্ধীজী ব্যৱহৃত পুনৰ চছমাযোৰ লাভ কৰিছে তেওঁলোকে। যাৰ বজাৰ মূল্য আনুমানিক ১০ৰ পৰা ১৫ হাজাৰ পাউণ্ড, ভাৰতীয় মূল্য ১০ৰ পৰা ১৫ লাখ টকা হ’ব। ইষ্ট ব্ৰিষ্টলৰ মালিক এণ্ডিষ্টেয়ে জনাইছে তেওঁলোকৰ সংস্থাৰ লেটাৰ বক্সত কোনোৱে এটা খামত মেৰিয়াই চছমাযোৰ থৈ গৈছে। চছমাযোৰৰ লগত উদ্ধাৰ হৈছে এখন চিঠি। চিঠিত চছমাযোৰৰ সম্বন্ধে প্ৰয়োজনীয় তথ্য লিখা আছে। চিঠিখনৰ জৰিয়তে জনা গৈছে যে ইংলেণ্ডৰ কোনো এজন ব্যৱসায়ীৰ পৰা এই চছমাযোৰ নিলাম সংস্থাৰ হাতত তুলি দিয়া হৈছে। গান্ধীজীয়ে স্বয়ং এই চছমাযোৰ তেওঁৰ পূৰ্বপুৰুষক প্ৰদান কৰি গৈছে। ব্যৱসায়ীগৰাকীয়ে তেওঁৰ পিতৃৰ পৰা জানিব পাৰিছিল যে তেওঁৰ ককাকে ১৯১০ৰ পৰা ১৯৩০ চনলৈকে ছাউথ আফ্ৰিকাত বসবাস কৰিছিল। সেই সময়তে মহাত্মা গান্ধীৰ সৈতে তেওঁৰ পৰিচয় হয়। আৰু গান্ধীজীয়ে উপহাৰ স্বৰূপে তেওঁক এই চছমাযোৰ প্ৰদান কৰে। চিঠিখনৰ তথ্য সম্পূৰ্ণভাৱে বিশ্বাস কৰিছে নিলাম সংস্থাই। কাৰণ গান্ধীজীৰ জীৱনৰ পৰা জানিব পৰা যায় ইয়াৰ আগতেও গান্ধীজীয়ে বহু পৰিচিত ব্যক্তিক নিজৰ ব্যৱহৃত সামগ্ৰী উপহাৰ দিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24gandhi gold glassmahatma gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ
বিনোদন

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

July 7, 2026
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
Next Post
বজালী জিলা হ’ল, কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বজালী জিলা হ'ল, কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

মূৰৰ ওপৰেদি গৈছে ‘পৰিৱৰ্তন’ৰ ঢৌ

মূৰৰ ওপৰেদি গৈছে 'পৰিৱৰ্তন'ৰ ঢৌ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.