বৰঝাৰ বিমানবন্দৰত চাঞ্চল্যকৰ ঘটনা। বিমানকোঠত তহল দি থকা অৱস্থাত আটক ১১ জনকৈ ভুৱা সেনা জোৱান। সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। আছিল নেকি কূটাঘাতৰ পৰিকল্পনা?