মন্ত্ৰী অতুল বৰাই কি কৰি আছে? বোকাখাতত ৰাজহুৱা সম্পদৰ অপচয়। ধ্বংসৰ গৰাহত চৰকাৰী মীন পাম। ২৪টাকৈ পুখুৰীত নাই এটাও মাছ।