সমাগত অৰুণাচলৰ পঞ্চায়ত নিৰ্বাচন। উন্নয়নে চুব পৰা নাই ভাৰত-ম্যানমাৰ সীমান্ত। নিৰ্বাচন বৰ্জনৰ হুংকাৰ ৭ হাজাৰোধিক ভোটাৰৰ। ভোটাৰে বিচাৰিছে উন্নয়নৰ খতিয়ান।