• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মদাহীৰে ভৰা এখন দেশ! গড়ে এজন লোকে পান কৰে ৫২ লিটাৰ সুৰা, অথচ এই দেশেই বিশ্বৰ সৰ্বাধিক নিৰাপদ দেশৰো এখন! কোনখন দেশ, জানেনে?

মদাহীৰে ভৰা এখন দেশ! গড়ে এজন লোকে পান কৰে ৫২ লিটাৰ সুৰা, অথচ এই দেশেই বিশ্বৰ সৰ্বাধিক নিৰাপদ দেশৰো এখন! কোনখন দেশ, জানেনে?

3 years ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

1 hour ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

2 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

2 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

4 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

4 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

5 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

5 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

5 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

6 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

6 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

6 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মদাহীৰে ভৰা এখন দেশ! গড়ে এজন লোকে পান কৰে ৫২ লিটাৰ সুৰা, অথচ এই দেশেই বিশ্বৰ সৰ্বাধিক নিৰাপদ দেশৰো এখন! কোনখন দেশ, জানেনে?

editor by editor
May 7, 2023
in জীৱনশৈলী, বিশ্ব
0
মদাহীৰে ভৰা এখন দেশ! গড়ে এজন লোকে পান কৰে ৫২ লিটাৰ সুৰা, অথচ এই দেশেই বিশ্বৰ সৰ্বাধিক নিৰাপদ দেশৰো এখন! কোনখন দেশ, জানেনে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুৰাপায়ীৰে ভৰা এখন দেশ। দেশৰ প্ৰতিজন লোকৰেই অদ্ভূত ৰুচিবোধ। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেচি সুৰাপান কৰে এই দেশৰ জনতাই। এই দেশত ড্ৰাগছ ৰখাটোও বৈধ। মদাহী, ড্ৰাগছ খোৱা লোকেৰে ভৰা এই দেশৰ কথা ভৱা মাত্ৰকেই উচ্ছৃংখল এক পৰিবেশৰ কথাই আমাৰ মনলৈ আহে। কিন্তু শুনিলে আচৰিত হ’ব যে এই দেশ বিশ্বৰ অন্যতম এখন নিৰাপদ দেশ। বিশ্বৰ উন্নত দেশৰ ভিতৰত এখন হৈছে পৰ্তুগাল। পৰ্তুগালত সাক্ষৰতাৰ হাৰ ৯৭ শতাংশ।

এনে পৰিস্থিতিত তাত পৰিৱেশ কি হ’ব সেয়া কল্পনা কৰিব নোৱাৰি। কিন্তু, আপুনি আচৰিত হ’ব যে ই বিশ্বৰ অন্যতম নিৰাপদ দেশ। ই বিশ্বৰ এখন উন্নত দেশ আৰু ইয়াত সাক্ষৰতাৰ হাৰো ৯৭ শতাংশ। পৰ্তুগালত এজন ব্যক্তিয়ে এবছৰত ৫২ লিটাৰ সুৰাপান কৰে। অৰ্থাৎ প্ৰতি সপ্তাহত এজন ব্যক্তিয়ে প্ৰায় ১ লিটাৰ সুৰাপান কৰে। একেদৰে জনমূৰি সুৰাপান বিশ্বৰ ভিতৰতে পৰ্তুগালত সৰ্বাধিক।

পৰ্তুগালত সুৰাপায়ীৰ সংখ্যা অধিক হ’লেও অপৰাধৰ হাৰ অতি কম। ইয়াত জঘন্য অপৰাধৰ পৰা জঘন্যতম অপৰাধত সৰ্বোচ্চ শাস্তিৰ ব্যৱস্থা ২৫ বছৰ। এই দেশত মৃত্যুদণ্ডৰ কোনো ব্যৱস্থা নাই। এইখনেই হয়তো বিশ্বৰ প্ৰথমখন দেশ য’ত আইনগতভাৱে ড্ৰাগছ ৰাখিব পাৰি। অৱশ্যে মুকলিকৈ ড্ৰাগছৰ ক্ৰয়-বিক্ৰয়ক অপৰাধ বুলি গণ্য কৰা হয়। পৰ্তুগালত এই আইন ২০০১ চনতে কাৰ্যকৰী কৰা হৈছিল। অৱশ্যে এই আইনৰ অধীনত হেৰ’ইনৰ দৰে ড্ৰাগছ ৰখাটো অপৰাধৰ শ্ৰেণীত অন্তৰ্ভূক্ত নহয়। অথচ পৰ্তুগালতেই ড্ৰাগছ সেৱন কৰি অপৰাধ কৰা লোকৰ সংখ্যা অতি কম।

সুৰাপায়ীৰে দ্বিতীয় স্থানত আছে ফ্ৰান্স। ফ্ৰান্সৰ এজন ব্যক্তিয়ে এবছৰত ৪৬.৯ লিটাৰ মদ খায়। সুৰাপায়ীয়ে তৃতীয় স্থানত আছে ইটালী। ইটালীৰ এজন মানুহে এবছৰত ৪৬ লিটাৰ সুৰাপান কৰে। ছুইজাৰলেণ্ড আছে চতুৰ্থ স্থানত। ইয়াৰ মানুহে গড়ে ৩৫.৩ লিটাৰ সুৰা পান কৰে। ইয়াৰ পাছতেই অষ্ট্ৰেলিয়া আছে পাঁচ নম্বৰত, ৬ নম্বৰত আছে জাৰ্মানী, এই বিষয়ত ভাৰতৰ স্থান অতি নিম্ন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব
জীৱনশৈলী

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

March 28, 2026
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?
চিনেমা

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

March 28, 2026
Next Post
সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মাৰ সুপুত্ৰ ঋষিৰাজ শৰ্মা আৰু নাই

সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মাৰ সুপুত্ৰ ঋষিৰাজ শৰ্মা আৰু নাই

আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত প্ৰদৰ্শিত অসম সন্তানে নিৰ্মাণ কৰা চুটি ছবি

আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত প্ৰদৰ্শিত অসম সন্তানে নিৰ্মাণ কৰা চুটি ছবি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.