• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃ হ’ব কৰিনা, চিন্তা আমিৰ খানৰ কিন্তু কিয়?

মাতৃ হ’ব কৰিনা, চিন্তা আমিৰ খানৰ কিন্তু কিয়?

6 years ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

35 minutes ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

2 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

15 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

15 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

16 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

16 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

17 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

17 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

18 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

18 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

19 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মাতৃ হ’ব কৰিনা, চিন্তা আমিৰ খানৰ কিন্তু কিয়?

editor by editor
August 26, 2020
in চিনেমা
0
মাতৃ হ’ব কৰিনা, চিন্তা আমিৰ খানৰ কিন্তু কিয়?
0
SHARES
472
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলীউড অভিনেত্ৰী কৰিনা কাপুৰ খান দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ব। সেই খবৰ কিছুদিন পূর্বে কৰিনা আৰু ছেঈফ আলী খানে ঘোষণা কৰিছে। ইয়াৰ পাছতে নৱাব খাণ্ডানত আনন্দৰ জোৱাৰ। কিন্তু এই খবৰে চিন্তিত কৰি তুলিছে আমিৰ খানক। আমিৰৰ আগন্তুক ছবি লাল সিং চাদ্দাৰ নায়িকা কৰিনা। সেইবাবে কৰিনাৰ মাতৃত্ব আমিৰ খানৰ চিন্তাৰ কাৰক হৈ পৰিছে। প্ৰথমবাৰ গর্ভৱতী হওতে কৰিনাই ছবিৰ কামত ব্যস্ত আছিল। আনকি মণীষ মালহোত্ৰাই ডিজাইন কৰা হেভী লেহেংগা পৰিধান কৰি লেকমিৰ ফেশ্বন মঞ্চ সুশোভিত কৰিছিল। জনা গৈছে এইবাৰো সেই নিয়ময়েই বাছি লৈছে কৰিনাই। কৰিনাই তেওঁৰ ছবিৰ কাম বন্ধ নকৰে। ফটো শ্বুটৰ লগে লগে ছবিৰ কামত ব্যস্ত আছে বলীউডৰ এই নৱাব পত্নী। আমিৰ খানৰ লাল সিং চাদ্দাত মূল এক চৰিত্ৰত নায়িকা হিচাপে দেখা যাব কৰিনাক। এতিয়াও তেওঁৰ ১০০ দিনৰ শ্বুটিং বাকী আছে। তেওঁৰ ছবিৰ শ্বুটিং শেষ হোৱাৰ লগে লগে কৰিনাৰ মাতৃত্বৰ চিনো স্পষ্ট হৈ উঠিব। আৰু এইটোৱেই দুশ্চিন্তাৰ কাৰণ হৈছে আমিৰৰ বাবে। অৱশ্যে এই সমস্যাৰ সমাধানৰ পথো উলিয়াইছে আমিৰ খানৰ দলে। ছবিৰ প্ৰযুক্তিৰ দল কৰিনাৰ গর্ভাৱস্থা লুকুৱাবৰ বাবে VFXৰ ব্যৱহাৰ কৰিব। উল্লেখযোগ্য যে আমিৰ খান আৰু কৰিনা কাপুৰ খানে বহুদিনৰ পূর্বেই লাল সিং চাদ্দাৰ শ্বুটিং আৰম্ভ কৰিছিল। কিন্তু ক’ৰোনাৰ কাৰণে শ্বুটিং আধাতেই বন্ধ ৰাখিব লগা হয়। কৰিনাৰ ১০০ দিনৰ শ্বুটিং এতিয়াও বাকী আছে। ছেপ্টেম্বৰ অথবা অক্টোবৰৰ পৰা ছবিৰ বাকী অংশৰ শ্বুটিং আৰম্ভ কৰিব। ইয়াৰ পূর্বে কৰিনাক আমিৰৰ সৈতে ‘তালাছ’ আৰু ‘থ্ৰী ইডিয়ট’ ছবিত দেখা গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?
বিনোদন

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

September 8, 2026
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?
বিনোদন

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

September 8, 2026
Next Post
মিনু দাসক কিয় হত্যা কৰিলে জামাতুল্লাই?

মিনু দাসক কিয় হত্যা কৰিলে জামাতুল্লাই?

বাইহাটা চাৰিআলিত ’১৯ৰ HSত উত্তীর্ণ ছাত্ৰীৰ সংবাদমেল

বাইহাটা চাৰিআলিত ’১৯ৰ HSত উত্তীর্ণ ছাত্ৰীৰ সংবাদমেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.