• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মিঞাৰ সমৰ্থন আৰু কিমান কৰে! মিঞাক সমৰ্থন কৰিয়েই শেষ হ’ল কংগ্ৰেছ দল,’ কংগ্ৰেছক কটাক্ষ কৰি আৰু কি কি ক’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই…

‘মিঞাৰ সমৰ্থন আৰু কিমান কৰে! মিঞাক সমৰ্থন কৰিয়েই শেষ হ’ল কংগ্ৰেছ দল,’ কংগ্ৰেছক কটাক্ষ কৰি আৰু কি কি ক’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই…

3 years ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

2 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

2 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

3 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

3 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

3 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

4 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

4 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

5 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

5 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

6 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

6 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মিঞাৰ সমৰ্থন আৰু কিমান কৰে! মিঞাক সমৰ্থন কৰিয়েই শেষ হ’ল কংগ্ৰেছ দল,’ কংগ্ৰেছক কটাক্ষ কৰি আৰু কি কি ক’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই…

editor by editor
November 2, 2022
in অসম, ৰাজনীতি
0
‘মিঞাৰ সমৰ্থন আৰু কিমান কৰে! মিঞাক সমৰ্থন কৰিয়েই শেষ হ’ল কংগ্ৰেছ দল,’ কংগ্ৰেছক কটাক্ষ কৰি আৰু কি কি ক’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই…
0
SHARES
116
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কংগ্ৰেছ দলে খিলঞ্জীয়াৰ সৈতে আৰু সম্পৰ্ক গঢ়িব নোৱাৰে। কংগ্ৰেছ দলৰ কৰ্মকৰ্তাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ভুপেন বৰা সন্দৰ্ভত বৰুৱাই কয় যে, খিলঞ্জীয়াৰ মুখামুখি হ’বলৈ সাহস নথকাৰ বাবেই ভূপেন বৰা পলায়ন কৰিছে। কাৰণ মুখামুখি হ’লেই খিলঞ্জীয়াই বৰাক প্ৰশ্ন কৰিব মিঞা মিউজিয়াম অসমত কিয় হ’বলৈ দিলে?

আনহাতে কংগ্ৰেছৰ তথৈবচ অৱস্থাৰ সময়ত কোনকেইটা স্থানত কংগ্ৰেছৰ স্থিতি সবল সেই ঠাইকেইখনৰ কথাও উল্লেখ কৰিছে বৰুৱাই। ‘গোৱালপাৰা, বৰপেটাৰ বাহিৰে বেলেগত কংগ্ৰেছে নাচিব নোৱাৰে। আমি কংগ্ৰেছৰ ভাৰতজোড়ো যাত্ৰাক ভয় নকৰো, আমি সদায় দলৰ সেৱা কৰো। কিন্তু কংগ্ৰেছত দল সেৱাৰ নামত চলে ব্যক্তিসেৱা, টিকটৰ নামত কৰে ধন সংগ্ৰহ। অসমীয়াৰেই দুৰ্ভাগ্য যে মিঞাই ক’ব পৰা হ’ল অসমীয়া ভাষা জীয়াই ৰাখিছে।’ মন্তব্যত এইধৰণৰ কেতবোৰ মন্তব্যও ৰাখে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

ইপিনে, IMDT ৰক্ষণাবেক্ষণৰ বাবে জন্ম হোৱা AIUDFএ মিঞা মিউজিয়ামৰ সমৰ্থন কৰিবই বুলি উল্লেখ কৰাৰ লগতে মিঞাৰ সমৰ্থনত কাম কৰাসকলৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও জনাই মন্ত্ৰীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
Next Post
বন্ধন বেংকে উত্তৰ-পূৰ্বাঞ্চলত মুকলি কৰিলে সৰ্ববৃহৎ কাৰেন্সি চেষ্ট

বন্ধন বেংকে উত্তৰ-পূৰ্বাঞ্চলত মুকলি কৰিলে সৰ্ববৃহৎ কাৰেন্সি চেষ্ট

সমাধান দিয়ক, পত্নীৰ মাৰপিটৰ পৰা ৰক্ষা কৰক! প্ৰধানমন্ত্ৰীলৈ বিশেষ আহ্বান কিয় জনালে ব্যক্তিগৰাকীয়ে?

সমাধান দিয়ক, পত্নীৰ মাৰপিটৰ পৰা ৰক্ষা কৰক! প্ৰধানমন্ত্ৰীলৈ বিশেষ আহ্বান কিয় জনালে ব্যক্তিগৰাকীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.