• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ

শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ

2 years ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

7 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

8 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

9 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

10 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

11 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

12 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

13 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

13 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

14 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

15 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ

editor by editor
August 10, 2023
in জীৱনশৈলী, ভাৰত
0
শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বছৰৰ এটা মাহত শিৱক বিশেষভাৱে আৰাধনা কৰা হয়। ২০২৩ চনত ১৯ বছৰ ধৰি বিশেষ যোগ পৰিছে শাওন মাহত। এই বছৰৰ শাওন মাহ মলমাহ পৰিছে। বৈদিক পঞ্জিকা অনুসৰি দুমাহ ধৰি এইবাৰ শাওন মাহ চলিব। আগন্তুক ১৪ আগষ্টত পালন কৰা হ’ব শাওন মাহৰ শিৱৰাত্ৰী। মহাশিৱৰাত্ৰী আৰু শাওন শিৱৰাত্ৰীৰ মাজত বিশেষ পাৰ্থক্য আছে। ১৮ জুলাইৰ পৰা আৰম্ভ হৈছে শাওন মাহ। ইফালে বৈদিক পঞ্জিকা অনুসৰি শাওন মাহ আৰম্ভ হৈছে বিগত ৩ জুলাইৰ পৰা। শাওনৰ বিশেষ শিৱৰাত্ৰীৰ পৰা কেইটামান ৰাশিৰ ভাগ্য উদয় হ’ব।

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকসকলৰ বাবে আগন্তুক ১৪ আগষ্টৰ পৰা ভাল দিন আৰম্ভ হ’ব। এই সময়ত মহাদেৱৰ আশীৰ্বাদত প্ৰচুৰ অৰ্থ আপোনাৰ হাতলৈ আহিব। বৃষ ৰাশিৰ জাতক ব্যৱসায়ীসকলে এই সময়ত বহু লাভৰ সন্মুখীন হ’ব। আপোনাৰ দাম্পত্য জীৱনতো শিৱ-পাৰ্বতীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। এইসময়ত নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ পৰামৰ্শ দিছে জ্যোতিষীয়ে।

কৰ্কট ৰাশি
আৰ্থিক দিশৰ পৰা দেখা গৈছে যে শাওন মাহৰ কৰ্কট ৰাশিৰ ভাগ্য উদয় হ’ব। ধাৰ্মিক বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব। পেছাগত জীৱনত এই সময়ত মহাদেৱৰ আশীৰ্বাদ লাভৰ ফলত উন্নতি কৰিব। পাবলৈ থকা ধন উভতাই পাব। পৰিয়ালতো এই সময়ত সুখ শান্তিয়ে বিৰাজ কৰি থাকিব।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকক ভাগ্যৰ বৰপূত্ৰ বুলি কোৱা হয়। এওঁলোকৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ থাকেই। অবিবাহিতসকলৰ শাওন মাহৰ শিৱৰাত্ৰিত বিবাহৰ যোগ। বিবাহিত ব্যক্তিসকলৰ দাম্পত্য জীৱনত সকলো সমস্যাই দূৰ হ’ব। কাৰ্যালয়ত আপোনাৰ পৰিস্থিতি আৰু ভাল হ’ব।

কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকসকলৰো এই সময়ত ভাগ্য উদয় হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান বৃদ্ধি পাব। প্ৰমোছন হ’ব পাৰে। এই সময়ত আৰ্থিক পৰিস্থিত উন্নত হ’ব। ব্যৱসায়ীসকলৰ লাভৰ যোগ। এই সময়ত পৰিয়ালৰ সৈতে খুব আনন্দৰ সময় কটাব কন্যা ৰাশিৰ জাতকসকলে।

মীন ৰাশি
মীন ৰাশিৰ লোকসকল ধাৰ্মিক হোৱাৰ লগতে দয়ালু হয়। শাওন মাহৰ পৰাই এই ৰাশিৰ জাতকে যি কামেই আৰম্ভ নকৰক কিয় সফল হ’ব। স্বয়ং মহাদেৱে এওঁলোকক বিপদৰ পৰা ৰক্ষা কৰিব। এই সময়ত আপুনি জীৱনত প্ৰচুৰ উন্নতি কৰিব। সমাজত জনপ্ৰিয়তা বৃদ্ধি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য
জীৱনশৈলী

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

January 29, 2026
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

January 29, 2026
Next Post
উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী

উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী

প্ৰেমৰ দোকান নহয় লুটপাতৰ দোকান খুলিছে কংগ্ৰেছে, প্ৰেমৰ দোকানত অচিৰেই তলা ওলমিবঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰেমৰ দোকান নহয় লুটপাতৰ দোকান খুলিছে কংগ্ৰেছে, প্ৰেমৰ দোকানত অচিৰেই তলা ওলমিবঃ প্ৰধানমন্ত্ৰী মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.