শিৱসাগৰত লেছেৰি বুটলা পৰম্পৰা। আহোম সেনাৰ ব্যতিক্ৰমী অনুষ্ঠান। কোঁৱৰপুৰৰ পথাৰত কণমানিয়ে বুটলিছে লেছেৰি।