• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে এইকেইটা কাম ভুলতো নকৰিব, অন্যথা মাতৃ আৰু সন্তানৰ বাবেই ভয়ংকৰ হৈ উঠিব পাৰে

3 years ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

1 hour ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

2 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

3 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

4 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

20 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

22 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

24 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্য গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে এইকেইটা কাম ভুলতো নকৰিব, অন্যথা মাতৃ আৰু সন্তানৰ বাবেই ভয়ংকৰ হৈ উঠিব পাৰে

editor by editor
April 19, 2023
in জীৱনশৈলী, বিশ্ব
0
সূৰ্য গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে এইকেইটা কাম ভুলতো নকৰিব, অন্যথা মাতৃ আৰু সন্তানৰ বাবেই ভয়ংকৰ হৈ উঠিব পাৰে
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰু কেইটামান ঘণ্টাৰ পাছতেই আৰম্ভ হ’ব বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণ৷ কাইলৈ অৰ্থাৎ ২০ এপ্ৰিলৰ পুৱা ৭ বাজি ৫ মিনিটৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ৷ দুপৰীয়া ১২ বাজি ২৯ মিনিটলৈ থাকিব এই গ্ৰহণ৷ হিন্দু ধৰ্ম আৰু জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যগ্ৰহণৰ বিশেষ মহত্ব আছে৷ সূৰ্যগ্ৰহণৰ সময়ত বিশেষ কিছু কাম কৰিব নালাগে৷ গ্ৰহণৰ সময়ত কেতিয়াও কোনো শুভ কাম হাতত ল’ব নালাগে৷ গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে বিশেষ কিছু সাৱধানতা অৱলম্বন কৰিব লাগে৷

সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে বাহিৰলৈ ওলাব নালাগে৷ গ্ৰহণৰ সময়ত বাহিৰলৈ ওলালে গৰ্ভজাত সন্তানৰ ওপৰত প্ৰভাৱ পৰে৷

গৰ্ভৱতী মহিলাই কেতিয়াও সূৰ্যগ্ৰহণ চাব নালাগে৷

গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই ভুলতো ধাৰ থকা সামগ্ৰী হাতত ল’ব নালাগে৷ অৰ্থাৎ কোনো সামগ্ৰী কাটিব নালাগে৷

সূৰ্য গ্ৰহণ শেষ হোৱাৰ পাছত গৰ্ভৱতী মহিলাই গা ধোৱাটো খুবেই প্ৰয়োজন৷ যদি গা ধোৱা সম্ভৱ নহয় তেন্তে ভৰি হাত হ’লেও ধুব লাগে৷

গ্ৰহণ লাগি থকাৰ সময়ক মনৰ ভিতৰতো কোনো মন্ত্ৰ জপ কৰিব লাগে নতুবা ভগৱানক ভক্তি কৰিব লাগে৷

গৰ্ভৱতী মহিলাসকলৰ শৰীৰত যাতে গ্ৰহণৰ বেয়া প্ৰভাৱ নপৰে তাৰবাবে মুখত এখন তুলসী পাত লৈ হনুমান চালিছা পাঠ কৰিব লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
‘বোপাই অ তই উভতি আহ’, নিষিদ্ধ ঘোষিত সংগঠনত যোগ দি অজ্ঞাত স্থানৰ পৰা বিহু গোৱা অভিলেখ বৰাই পিতৃৰ কাতৰ আহ্বান শুনিবনে?

গৰমৰ প্ৰকোপ বাঢ়িছে, বীয়েৰৰ গ্লাছত চুমুক দিছে নেকি? বীয়েৰ খালে স্বাস্থ্যৰ উন্নতি হয় নে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন