ৰাজনীতিত অর্ধাংগিনী। লগুণ গাঁঠিৰ বান্ধোনত বাৰুকৈয়ে বান্ধ খাই আছে ৰাজ্যৰ একাংশ ৰাজনীতিক। স্বামীৰ আঙুলিত ধৰি ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা মহিলা ৰাজনীতিক।