• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২ টকাতেই সৰ্থেবাৰীত প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰশিক্ষণ তেজসৰ

২ টকাতেই সৰ্থেবাৰীত প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰশিক্ষণ তেজসৰ

5 years ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

5 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

6 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

7 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

8 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

9 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

9 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

10 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

10 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

11 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

২ টকাতেই সৰ্থেবাৰীত প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰশিক্ষণ তেজসৰ

editor by editor
October 1, 2021
in অসম, শিক্ষা
0
২ টকাতেই সৰ্থেবাৰীত প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰশিক্ষণ তেজসৰ
0
SHARES
67
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

प्रेरकः सूचकश्वैव वाचको दर्शकस्तथा,शिक्षको बोधकश्चैव षडेते गुरवः स्मृताः। উক্ত শ্লোক ফাকিৰ অৰ্থ হৈছে প্ৰেৰণা দিয়া, সূচনা দিয়া, সত্য কথা কোৱা, সত্যৰ পথ প্ৰদৰ্শন কৰা, শিক্ষা আৰু জ্ঞান প্ৰদান কৰা সকলো ব্যক্তিয়ে গুৰুতুল্য। শিক্ষাৰ তেনে গৌৰৱোজ্জ্বল বৰ্তমানক নতুন উশাহ প্ৰদান কৰাৰ মাত্ৰে বিভিন্নজনে এই মহামাৰীৰ সময়তো নিজৰ সাধ্যানুযায়ী শিক্ষাদানৰ চেষ্টা কৰি আহিছে। লাহে লাহে বিদ্যালয়বোৰ খুলিবলৈ লৈছে যদিও অদ্যপি অব্যাহত আছে কোভিডৰ সন্ত্ৰাস।

কোভিডৰ এনে বিভীষিকাৰ মাজতে সৰ্থেবাৰীৰ কেইজনমান উদীয়মান যুৱকৰ প্ৰচেষ্টাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক সম্পূৰ্ণ কৰা ভাৰ্গৱ তামুলী আৰু বিপুল ডেকাৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত জন্ম পোৱা ‘তেজস’ নামৰ প্ৰশিক্ষণকেন্দ্ৰই সৰ্থেবাৰীত সৃষ্টি কৰিছে জ্ঞানৰ অন্বেষণৰ। আগন্তুক অসম আৰক্ষীৰ কনিষ্টবলৰ লিখিত পৰীক্ষাৰ বাবে তেজসে দৈনিক মাত্ৰ ২ টকাত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।

তেজসৰ প্ৰশিক্ষক ভাৰ্গৱ তামুলীয়ে নিঃস্বাৰ্থভাৱে সৰ্থেবাৰীৰ লগতে ইয়াৰ ওচৰৰ গাঁৱলীয়া যুৱক-যুৱতীক ভাৰতীয় সেনাৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে শাৰীৰিক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। শেহতীয়াকৈ আৰম্ভ হোৱা অসম আৰক্ষীৰ কনিষ্টবলৰ শাৰীৰিক পৰীক্ষাত উক্ত প্ৰশিক্ষণকেন্দ্ৰৰ পৰা বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেজসৰ তৰফৰ পৰা আৰম্ভ কৰা স্পীকিং ইংলিছৰ ক্লাছেও যথেষ্ট সঁহাৰি পোৱা বুলি প্ৰশিক্ষক ভাৰ্গৱ তামুলীয়ে জানিবলৈ দিছে। শুভাকাংক্ষীৰ এনে উৎসাহৰ বাবে তেওঁলোকে মাত্ৰ দুটকাত শিক্ষাদান কৰাৰ দৰে সৎ সাহস কৰিবলৈ লৈছে।

অহা ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই পাঠ্যক্ৰমত ভাৰ্গৱ তামুলী আৰু বিপুল ডেকাৰ উপৰিও প্ৰশিক্ষণ প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ সম্পূৰ্ণ কৰা প্ৰশিক্ষক বৰ্ণালী তামুলী আৰু বজালী মহাবিদ্যালয়ৰ পৰা প্ৰাণী বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰীধাৰী প্ৰশিক্ষক দেৱাশীষ গোস্বামীয়ে। লিমিটেড আসনৰ সুবিধা থকা এই প্ৰশিক্ষণকেন্দ্ৰৰ এনেধৰণৰ সুন্দৰ প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: competitive exam preparationeducation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য
অসম

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

September 25, 2026
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ
বিনোদন

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

September 25, 2026
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?
অসম

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

September 25, 2026
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

September 24, 2026
Next Post
বিজেপিয়ে অসমৰ ভূমিপুত্ৰক হ’ব নিদিয়ে মুখ্যমন্ত্ৰী!

বিজেপিয়ে অসমৰ ভূমিপুত্ৰক হ’ব নিদিয়ে মুখ্যমন্ত্ৰী!

উপ নিৰ্বাচনক লৈ ৰাজনৈতিক মহলত ব্যাপক তৎপৰতা

উপ নিৰ্বাচনক লৈ ৰাজনৈতিক মহলত ব্যাপক তৎপৰতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.