দেশত বিগত ৫ বছৰত বিজেপি চৰকাৰৰ দিনত ৫০ সাংবাদিকক হত্যাৰ ঘটনা। চৰকাৰক প্ৰশ্ন কৰিলে চাকৰি যায় সাংবাদিকৰ। দেশদ্ৰোহীও হয় সাংবাদিক। আইনী, ক্ষমতাৰ আতিশায্য-এইবোৰ আছেই। এক বিশেষ প্ৰতিবেদন।