টাই আহোম পৰম্পৰাৰে প্ৰাৰ্থনা, বৈদিক নিয়মেৰে তৰুণ গগৈৰ শেষকৃত্য সম্পন্ন হ'ল নৱগ্ৰহত। ৰাজ্যবাসীৰ হৃদয়ত চিৰ তৰুণ হৈ ৰ'ব তৰুণ গগৈ।