• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্য তোলপাৰ কৰা কবিতাটো…

ৰাজ্য তোলপাৰ কৰা কবিতাটো…

6 years ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

18 minutes ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

53 minutes ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

2 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

3 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

4 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

4 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

5 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

6 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

7 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

7 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

9 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্য তোলপাৰ কৰা কবিতাটো…

editor by editor
July 7, 2020
in অসম, বিনোদন
0
ৰাজ্য তোলপাৰ কৰা কবিতাটো…
28
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন অসুস্থ ছিটিবাছ

নীলিম কুমাৰ

এখন অসুস্থ ছিটিবাছ।
মহানগৰৰ মাজেদি অহা-যোৱা কৰে
উশাহত কষ্ট। ৰাস্তাৰ কাষত ৰখাই
কেতিয়াবা অলপ জিৰায়। ক’লা ধোঁৱা উৰুৱায়।
কেতিয়াবা কৰে ঘেৰ-ঘেৰ, যেন শ্বাসনলীৰ মাত।
এখন অসুস্থ ছিটিবাছ।
খুব লাহে লাহে অহা-যোৱা কৰে
মহানগৰৰ ব্যস্ততাৰ মাজেদি।
দৌৰা-দৌৰিৰ এখন মহানগৰ, হৰ্ন আৰু
অ’ভাৰটেকৰ এখন মহানগৰ, তিৰবিৰাই থকা
দুচকুৰ আহ্বানৰ এখন মহানগৰ।
তাৰ মাজেদি বাট কাটি-কাটি
ক’লা ধোঁৱা উৰুৱাই
আহে এখন অসুস্থ ছিটিবাছ।
যাত্ৰী উঠে আৰু গাড়ীৰ গতি দেখি
তৎক্ষণাৎ নামি যায়। যাত্ৰীৰ গালি খায়
এখন অসুস্থ ছিটিবাছ।
আঠশ বছৰীয়া এজন ড্ৰাইভাৰ।
পাঁচশ বছৰীয়া এজন হেণ্ডিমেন।
নাম সুধিলে ড্ৰাইভাৰে কয়-চুকাফা।
হেণ্ডিমেনে কয়-গদাপাণি।
লাইছেন্স নাই। ট্ৰেফিক পুলিছৰ
মূৰৰ কামোৰণিৰ এখন বাছ।
ছাত্ৰ-ছাত্ৰীসকলে স্কুল কলেজলৈ সময়মতে
গৈ নোপোৱা এখন বাছ।মন্দিৰলৈ যাবলৈ
তিৰোতাবোৰৰ দেৰি হৈ যোৱা এখন বাছ।
ইতিহাসে দিয়া এখন আজীৱন লাইছেন্স লৈ
চলি থাকে এখন অসুস্থ ছিটিবাছ।
ভুলতে যাত্ৰী উঠে আৰু লগে লগে নামে
কোনেও উঠিব নোখোজে সেইখন বাছত, যিখন
ভৱিষ্যতৰ ট্ৰেফিক জামৰ পৰা আঁতৰি যায়।
মাথোঁ এজনী যুৱতী আছে এই মহানগৰত,
তাইৰ নাম কমলাকুঁৱৰী।
যিয়ে এই অসুস্থ বাছখনত উঠিবলৈ ভাল পায়।
আৰু সদায় আহে, খিৰিকী কাষত বহে।
যি কোনোদিনে মন্দিৰলৈ নাযায়।
ঘৰৰপৰা ওলাই আহোঁতে যি
সদায় মাকৰ গালত খাই আহে
এহেজাৰ বছৰীয়া এটা চেঁচা চুমা!
বুৰঞ্জীৰ একা-বেঁকা ভাবনাৰে মহানগৰৰ মাজেদি
সদায় অহা-যোৱা কৰে এখন অসুস্থ ছিটিবাছ।
ড্ৰাইভাৰৰ নাম চুকাফা।
হেণ্ডিমেন গদাপাণি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: controversial poem assamneelim kumarএখন অসুস্থ ছিটিবাছ
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

August 6, 2026
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

August 6, 2026
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল
অসম

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

August 6, 2026
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’
বিনোদন

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

August 6, 2026
Next Post
দল-সংগঠনৰ প্ৰতিবাদৰ ভাষাক জলাঞ্জলি দি কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰিছে বৃহত্ নদীবান্ধ

দল-সংগঠনৰ প্ৰতিবাদৰ ভাষাক জলাঞ্জলি দি কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰিছে বৃহত্ নদীবান্ধ

গুৱাহাটীত লকডাউনঃ পাচলি যোগান প্ৰশাসনৰ

গুৱাহাটীত লকডাউনঃ পাচলি যোগান প্ৰশাসনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.