• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ কৃষ্ণা পঞ্চমীত ৰবি যোগ, মহালক্ষ্মীৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

কাইলৈ কৃষ্ণা পঞ্চমীত ৰবি যোগ, মহালক্ষ্মীৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

1 year ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

12 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

13 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

14 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

14 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

15 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

15 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

16 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

16 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

17 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

18 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

18 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ কৃষ্ণা পঞ্চমীত ৰবি যোগ, মহালক্ষ্মীৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

কাইলৈ কৃষ্ণা পঞ্চমীত ৰবি যোগ, মহালক্ষ্মীৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

editor by editor
December 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈ কৃষ্ণা পঞ্চমীত ৰবি যোগ, মহালক্ষ্মীৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে
0
SHARES
582
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২০ ডিচেম্বৰ ২০২৪ শুকুৰবাৰে চন্দ্ৰই দিনজুৰি সিংহ ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহ মাহৰ কৃষ্ণা পঞ্চমী তিথি৷ শুকুৰবাৰে পুৱা ১০ বাজি ৪৮ মিনিট পৰ্যন্ত পঞ্চমী তিথি থাকিব৷ তাৰপাছতেই পুহৰ কৃষ্ণা ষষ্ঠী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বিষকুম্ভ যোগ আৰু প্ৰীতি যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে মঘা নক্ষত্ৰ আৰু পাছত পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ দিনটো প্ৰীতি যোগৰ প্ৰভাৱ শুভ ফলদায়ী হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰে৷ ইয়াৰ ফলত কাইলৈ মনত ভৰপুৰ আনন্দ থাকিব৷ যিসকলে ব্যৱসায় কৰিছে তেঁওলোকে কৰ্মসূত্ৰে কৰোবালৈ দূৰৈত ভ্ৰমণলৈ যাব পাৰে৷ কাইলৈ কেৰিয়াৰত ডাঙৰ উন্নতি কৰাৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ৷ ভাল চাকৰিৰ প্ৰস্তাৱ পাব৷

সিংহ ৰাশি

কাইলৈ মা লক্ষ্মীৰ আশীৰ্বাদত ভাল কিছু ঘটনা ঘটিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ কোনো সামাজিক অনুষ্ঠানৰ সৈতে আপুনি যুক্ত হ’ব পাৰে৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ চৰকাৰৰ পৰা কোনো সন্মান পাব পাৰে৷ ধৰ্মীয় কামত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ কাইলৈ সিংহ ৰাশিৰ জাতকৰ মনত শান্তি থাকিব৷

বৃশ্চিক ৰাশি

কাইলৈ শুকুৰবাৰে বেছ মজাকৈ দিনটো কটাব বৃশ্চিক ৰাশিৰ জাতক৷ সম্পত্তি সংক্ৰান্তিয় কোনো গোচৰ আদালতত চলিলে কাইলৈ এই গোচৰৰ ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷ ইয়াৰ ফলত উত্তৰাধিকাৰ সূত্ৰে বেছ কিছু সম্পত্তি লাভ কৰাৰ যোগ আছে বৃশ্চিক ৰাশিৰ জাতকৰ৷ বাহিৰত কৰোবালৈ আলোচনা হ’ব পাৰে৷ কাইলৈ প্ৰীতি যোগত ধন সঞ্চয় কৰিব পাৰে৷

মকৰ ৰাশি

কাইলৈ পুহ মাহৰ কৃষ্ণা পঞ্চমীত বিষকুম্ভ যোগৰ প্ৰভাৱত মনত সুখ আৰু শান্তি বৰ্তি থাকিব মকৰ ৰাশিৰ জাতকৰ৷ আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা চলিলে দূৰ হ’ব৷ কাইলৈ শুকুৰবাৰে নতুন সম্পত্তি লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷

কুম্ভ ৰাশি

কাইলৈ শুকুৰবাৰে মঘা নক্ষত্ৰৰ প্ৰভাৱত মনত সাহস বহুপৰিমানে বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰাৰ এই সময় আপোনাৰ বাবে লাভজনক হ’ব৷ অফিচত কোনো গুৰুত্বপূৰ্ণ বিষয়ত ছিনিয়ৰ আৰু সহকৰ্মীসকলৰ সাহায্য পাব৷ নতুন ঘৰ বা বাহন কিনাৰ কথা ভাৱিলে সেই বিষয়ত কথাবাৰ্তা কাইলৈ বহুপৰিমানে আগুৱাই যাব পাৰে৷ ঘৰত কোনো বিশেষ অতিথি আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 21, 2026
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

February 21, 2026
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
Next Post
ৰিয়েল লাইফত মাতৃ হ’ল গোপী বহু, পুত্ৰ নে কন্যা সন্তান আহিল দেৱলীনাৰ কোলালৈ?

ৰিয়েল লাইফত মাতৃ হ’ল গোপী বহু, পুত্ৰ নে কন্যা সন্তান আহিল দেৱলীনাৰ কোলালৈ?

দোষী প্ৰমাণিত হ’লে ১০বছৰ জে’ল! কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে ৰাহুল গান্ধী?

দোষী প্ৰমাণিত হ’লে ১০বছৰ জে’ল! কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে ৰাহুল গান্ধী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.