• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনা-নজনা ৰিয়া সম্পর্কত আচৰিত হোৱা ২০টা তথ্য

জনা-নজনা ৰিয়া সম্পর্কত আচৰিত হোৱা ২০টা তথ্য

6 years ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

24 minutes ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

12 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

13 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

13 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

13 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

14 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

15 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

16 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

17 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

18 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

18 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

জনা-নজনা ৰিয়া সম্পর্কত আচৰিত হোৱা ২০টা তথ্য

editor by editor
September 9, 2020
in চিনেমা, ভাৰত
0
জনা-নজনা ৰিয়া সম্পর্কত আচৰিত হোৱা ২০টা তথ্য
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সম্প্ৰতি সমগ্ৰ দেশতে তেওঁৰ নাম সর্বাধিক চর্চিত। এই সময়ত ৰিয়া চক্ৰৱর্তী সম্পর্কত ২০টা আকর্ষণীয় তথ্য।

১) বাংগালুৰুত জন্ম হৈছিল ৰিয়াৰ কিন্তু শৈশৱ পাৰ কৰিছিল বাৰাকপুৰ অঞ্চলত। এতিয়াও গড়িয়া অঞ্চলত ৰিয়াৰ পৰিয়ালে এটা ফ্লেটত বাস কৰে।

২) আদিত্য ৰায় কাপুৰৰ প্ৰেমত পৰিছিল ৰিয়া। কিছুদিন প্ৰেম কৰাৰ পাছত সম্পর্ক বিচ্ছেদ হয় দুয়োৰে।

৩) এটা পার্টিত সুশান্ত সিং ৰাজপুতক সাক্ষাৎ কৰাৰ পাছত দুয়ো প্ৰেমত পৰে। সুশান্তে এদিন দুয়োৰে ৰোমাণ্টিক ছবি পোষ্ট কৰাৰ পাছত ডিলিট কৰি দিয়ে। কাৰণ ৰিয়াই নিবিচাৰে দুয়োৰে প্ৰেমৰ সম্পর্ক আনে জানক।

৪) M TVত কম বয়সতে প্ৰৱেশ কৰিছিল ৰিয়া চক্ৰৱর্তীৰ।

৫) ‘বেন বজা বাৰাত’ ছবিৰ বাবে অডিচন দিছিল ৰিয়াই। কিন্তু বলীউডৰ নামী প্ৰযোজনা সংস্থাৰ পছন্দ হোৱা নাছিল ৰিয়াক। আৰু সেই ছবিখন লাভ কৰে অনুষ্কা শর্মাই।

৬) ১৭ বছৰ বয়সত সেই ছবিত সুযোগ নাপায় হতাশাত ভাগি পৰিছিল ৰিয়া।

৭) ৰিয়াৰ প্ৰিয়ং ৰং বগা, ক’লা, ৰঙা।

৮) খাই ভাল পায় ছী ফুড।

৯) প্ৰিয় খেল বাইকিং, কাৰ ৰেচিং।

১০) ফুৰি ভাল পায় ৰিয়াই। কেপটাউন আৰু লণ্ডন তেওঁৰ প্ৰিয় স্থান।

১১) ঘৰত বিস্কুট বনাই ভাল পায় ৰিয়াই।

১২) আমনিদায়ক সময় পাৰ কৰে কাপকেক খাই।

১৩) ৰিয়াৰ পঢ়া-শুনা আম্বলা আর্মি পাব্লিক স্কুলত হৈছিল।

১৪) ফিটনেছ ৰাণী বুলি কোৱা হয় ৰিয়াক। বহু সময় ঘৰতে শৰীৰ চর্চা কৰে তেওঁ।

১৫) ছলমান খানৰ অনুৰাগী। নায়িকাৰ ভিতৰত পচন্দ কৰে মাধুৰী দিক্ষিতক।

১৬) বলীউডত প্ৰায় সকলোৱে কয় জেনেলিয়া ডিচুজাৰ সৈতে মিল আছে ৰিয়াৰ।

১৭) ২০১২ চনত ডাঙৰ পর্দাত অভিষেক ঘটিল তেলেগু ছবি ‘টুনিগা টুনিগাই’ত।

১৮) বলীউডত ৰিয়াৰ প্ৰথম ছবি ২০১৩চনৰ ‘মেৰে ডেড কী মাৰুতি’। ৰিয়াৰ কেৰিয়াৰৰ বাবে লেফ্টটেনেণ্ট কর্ণেল পিতৃ ইন্দ্ৰজিতে সেনাৰ চাকৰিত ইস্তাফা দিয়ে।

১৯) ৰিয়াৰ শেহতীয়া ছবি ২০১৮ চনৰ ‘জেলেবি’।

২০) ৮ বছৰত মুঠ ৭ খন ছবি কৰিছে ৰিয়াই। তাৰে এখন ছবি ‘চেহৰে’ মুক্তিৰ অপেক্ষাত। সেইখন ছবিত অভিনয় কৰিছে অমিতাভ বচ্চন, ইমৰাণ হাছমিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rhea chakrabortysecret about rhea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

May 22, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?
জীৱনশৈলী

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

May 21, 2026
Next Post
ঔদ্যোগীকৰণৰ চৰকাৰী ফিতাহি

ঔদ্যোগীকৰণৰ চৰকাৰী ফিতাহি

প্ৰশ্ন নুসুধিব মোদী চৰকাৰক!

প্ৰশ্ন নুসুধিব মোদী চৰকাৰক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.