• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ গুলিচালনা , অতি কমেও ৬০ গৰাকী লোকে হেৰুৱালে প্ৰাণ, চৰকাৰে কৰিলে সদৰি

ভয়ংকৰ গুলিচালনা , অতি কমেও ৬০ গৰাকী লোকে হেৰুৱালে প্ৰাণ, চৰকাৰে কৰিলে সদৰি

2 years ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

9 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

9 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

10 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

10 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

11 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

11 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

12 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

14 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

14 hours ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

15 hours ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

15 hours ago
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভয়ংকৰ গুলিচালনা , অতি কমেও ৬০ গৰাকী লোকে হেৰুৱালে প্ৰাণ, চৰকাৰে কৰিলে সদৰি

editor by editor
March 23, 2024
in বিশ্ব
0
ভয়ংকৰ গুলিচালনা , অতি কমেও ৬০ গৰাকী লোকে হেৰুৱালে প্ৰাণ, চৰকাৰে কৰিলে সদৰি
0
SHARES
146
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ গুলিচালনা , অতি কমেও ৬০ গৰাকী লোকে হেৰুৱালে প্ৰাণ, চৰকাৰে কৰিলে সদৰি

ৰাছিয়াৰ পৰা আহিছে এক অতিকে ভয়ংকৰ ঘটনা। এক ভয়াৱহ গুলিচালনাত অতি কমেও ৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাই । ইয়াৰ লগতে আন ১৫০ গৰাকী মান লোক আহত হয়। তাৰে আকৌ ৫০-৬০ গৰাকীৰ অৱস্থা সংকটজনক।

ৰাজধানী মস্কোত সংঘটিত হৈছে ভয়ংকৰ গুলিচালনাৰ ঘটনা। মস্কোৰ বিখ্যাত কনচাৰ্ট হল ক্ৰোকাছ চিটিত ইছলামিক সন্ত্ৰাসবাদীৰ গোট এটাই প্ৰৱেশ কৰি নিৰ্বিচাৰে আক্ৰমণ কৰাৰ ফলতে এইদৰে বহু লোক নিহত হয় আহত হয়।

শুকুৰবাৰে নিশা ৰাছিয়াৰ ৰাজধানী চহৰখনৰ পশ্চিম উপকণ্ঠ অঞ্চলৰ ভৰ্তি কনচাৰ্ট হলোটত কমেও পাঁচজন বন্দুকধাৰীয়ে এই অটোমেটিক মেছিনগানৰ লগতে ভিন্ন অত্যাধুনিক অস্ত্ৰৰে গুলীচালনা কৰাৰ লগতে জুই লগাই দিয়ে।

এসময়ত ইৰাক আৰু ছিৰিয়াৰ ওপৰত নিয়ন্ত্ৰণ বিচৰা কঠোৰপন্থী গোট আই এছ আই এল (ISIL)-এ নিজৰ টেলিগ্ৰাম চেনেলত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি আক্ৰমণ সংঘটিত কৰা তেওঁলোকৰ সন্ত্ৰাসবাদী সদস্য কেউজন সুকলমে পুনৰ উভতি গৈছে বুলি জানিবলৈ দিয়ে।

আনহাতে যিটো হলত এই আক্ৰমণ সংঘটিত হৈছে সেই হলটো মস্কোৰ সবাতোকৈ জনপ্ৰিয় কনচাৰ্ট হ’ল। যি হলটোত এবাৰতে কমেও ৬২০০ লোক সমবেত হ’ব পাৰে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: concert hallFiringMoscowrussia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?
বিবিধ

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

January 12, 2026
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

January 10, 2026
কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?
জীৱনশৈলী

কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

January 6, 2026
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?
জীৱনশৈলী

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

January 3, 2026
Next Post
প্ৰভু কৃষ্ণৰ সৈতে বিয়া ২৩ বৰ্ষীয় শিৱানীৰ, বিয়াৰ প্ৰস্তুতি আৰম্ভ

প্ৰভু কৃষ্ণৰ সৈতে বিয়া ২৩ বৰ্ষীয় শিৱানীৰ, বিয়াৰ প্ৰস্তুতি আৰম্ভ

‘আজি মই মুক্ত মনে হাঁহিছো, অত্যন্ত সুখি মই’- হাতত হেণ্ডকাফ লৈ মন্তব্য

'আজি মই মুক্ত মনে হাঁহিছো, অত্যন্ত সুখি মই'- হাতত হেণ্ডকাফ লৈ মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.