• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

1 month ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

41 minutes ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

2 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

3 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

3 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

4 hours ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

13 hours ago
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

14 hours ago
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

15 hours ago
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

15 hours ago
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

16 hours ago
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

17 hours ago
৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

editor by editor
June 7, 2026
in বিবিধ, ভাৰত, লেখা
0
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই বাতৰিটো পঢ়িবলৈ লোৱা আপোনালোকৰ বহুতৰো হয়টো মাহিলী দৰমহা ৩০ৰ পৰা ৬০ হাজাৰ টকাৰ ভিতৰত। বৰ্তমান সময়ত দ্ৰুত হাৰত বাঢ়ি অহা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দামৰ কোবত আপোনাৰ মাহিলী দৰমহাৰে জোৰা-টাপলি মাৰি কিবাকৈহে হয়টো মাহটো চলাই নিয়ে। সকলো খৰচৰ অন্তত ভৱিষ্যতৰ বাবে জমা কৰিবলৈ মাহিলী ৪/৫ হাজাৰ টকাতকৈ বেছি আপোনাৰ হাতত হয়টো নাথাকে। এয়া ভাৰতৰ মধ্যবিত্ত পৰিয়াল এটাৰ গড় হিচাপ। কিন্তু আপোনাক ৬ হাজাৰ টকা মাহিলী দৰমহাৰে চাকৰি জীৱন আৰম্ভ কৰা এনে এজন কৰ্মচাৰীৰ কথা কবলৈ ওলাইছো যাৰ পৰা উদ্ধাৰ হোৱা ক’লা ধন গণি গণি ভাগৰি পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া-কৰ্মচাৰী।

কোন এইজন দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী?

এই বাতৰিৰ খলনায়ক জন বৈকুণ্ঠ নাথ বেহেৰা। বৰ্তমান Integrated Tribal Development Agencyৰ সহঃ কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত বৈকুণ্ঠ বেহেৰাই ৬ হাজাৰ টকা মাহিলী দৰমহাত কৰ্মজীৱন আৰম্ভ কৰা বেহেৰাই এই বৰ্ষতে সহকাৰী কাৰ্যবাহী অভিযন্তাৰ পদলৈ উন্নীত হৈছিল। পদোন্নতি লাভ কৰিয়েই দুৰ্নীতিৰ পাহাৰ গঢ়া এই কৰ্মচাৰীজন এতিয়া দুৰ্নীতি নিবাৰক শাখাৰ জালত।

দুৰ্নীতিৰে বিশাল সাম্ৰাজ্য গঢ়া বেহেৰাৰ পৰা এই পৰ্যন্ত কিমান টকা জব্দ?

শনিবাৰে পুৱাৰে পৰা চলা দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত বৈকুণ্ঠ নাথ বেহেৰাৰ পৰা এই পৰ্যন্ত জব্দ কৰা হৈছে নগদ ২ কোটি টকাতকৈও অধিক ধন। ধন গণনাৰ বাবে দুৰ্নীতি নিবাৰক শাখাই আনিবলগীয়া হৈছে গণনা মেচিন। কেৱল এয়াই নহয় বেহেৰাৰ বিভিন্ন স্থানত আছে কেইবামহলাৰ ৫টাকৈ অট্টালিকা, ১০,৫০০ বৰ্গমিটাৰ এলেকাত নিৰ্মিত অত্যাধুনিক ৪ মহলীয়া অট্টালিকা। ইয়াৰ উপৰিও ১৪টাকৈ স্থানত বৈকুণ্ঠ নাথ, বৈকুণ্ঠনাথৰ পত্নী আৰু সন্তানৰ নামত ভূমি থকাৰো তথ্য পোৱা গৈছে। ইয়াৰ উপৰিও গ্ৰামে গ্ৰামে সোণৰ অলংকাৰ, ৪৫ লাখ টকাৰ বেংক ডিপোজিট, বহুলাখ টকাৰ পোষ্টেল ছেভিঙছৰ উপৰিও কেইবাটাও বীমাৰ নথি জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাই।

দৰাচলতে ওড়িশাৰ কন্ধমাল জিলাৰ বালীগুড়াস্থিত  Integrated Tribal Development Agencyত কৰ্মৰত বৈকুণ্ঠনাথ বেহেৰা। কন্ধমালৰ উপৰিও বেহেৰাৰ ভুৱনেশ্বৰ, জাজপুৰৰ কেইবাটাও স্থানত শনিবাৰৰ পুৱাৰে পৰা  দুৰ্নীতি নিবাৰক শাখাই চলাই আছে এই অভিযান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

July 21, 2026
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

July 21, 2026
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি
জীৱনশৈলী

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

July 21, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

July 21, 2026
Next Post
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.