• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কটলৈ আহিব শুক্ৰ, ৰথযাত্ৰাৰ দিনাৰ পৰা অৰ্থলাভৰ যোগ ৫ ৰাশিৰ জাতকৰ

কৰ্কটলৈ আহিব শুক্ৰ, ৰথযাত্ৰাৰ দিনাৰ পৰা অৰ্থলাভৰ যোগ ৫ ৰাশিৰ জাতকৰ

2 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

4 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

4 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

4 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

5 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

5 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

6 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

7 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

8 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

9 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

10 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

10 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰ্কটলৈ আহিব শুক্ৰ, ৰথযাত্ৰাৰ দিনাৰ পৰা অৰ্থলাভৰ যোগ ৫ ৰাশিৰ জাতকৰ

কৰ্কটলৈ আহিব শুক্ৰ, ৰথযাত্ৰাৰ দিনাৰ পৰা অৰ্থলাভৰ যোগ ৫ ৰাশিৰ জাতকৰ

editor by editor
June 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কৰ্কটলৈ আহিব শুক্ৰ, ৰথযাত্ৰাৰ দিনাৰ পৰা অৰ্থলাভৰ যোগ ৫ ৰাশিৰ জাতকৰ
0
SHARES
23.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰত দৈত্যগুৰু শুক্ৰাচাৰ্যক সূখ, সমৃদ্ধি, বিলাসিতা, বৈভৱৰ কাৰক গ্ৰহ হিচাপে চিহ্নিত কৰা হয়৷ প্ৰায় এবছৰ পাছতেই চন্দ্ৰৰ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ ৭ জুলাইত কৰ্কট ৰাশিত সূৰ্যৰ গোচৰ হ’ব৷ দৈত্যগুৰুৰ কৰ্কটত প্ৰস্থান আৰু বিচৰণৰ ফলত পাঁচ ৰাশিৰ জাতকৰ জীৱনত সুখ, সমৃদ্ধি আৰু ঐশ্বৰ্য বৃদ্ধি পাব৷ ধন, দৌলত বাঢ়িব এই ৰাশিৰ জাতকৰ৷ চন্দ্ৰৰ কৰ্কটত শুক্ৰৰ প্ৰৱেশ কোন কোন ৰাশিৰ বাবে শুভ, জানি থওক সবিশেষ৷

মিথুন ৰাশি

জ্যোতিষ গণনা অনুসৰি শুক্ৰৰ ৰাশি পৰিবৰ্তন মিথুন ৰাশিৰ জাতকৰ বাবে সোণত চৰাব৷ আপোনাৰ ৰাশিৰ ধন আৰু বাণীৰ স্থানত বিচৰণ কৰিছে শুক্ৰই বিভিন্ন সময়ত আকস্মিক ধনলাভৰ যোগ তৈয়াৰ কৰিব৷ ইয়াৰোপৰি ধনলাভৰ নতুন নতুন পথ তৈয়াৰ কৰিব৷ এই ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি উন্নত কৰিব শুক্ৰৰ গোচৰে৷ বাণীৰ প্ৰভাৱ বাঢ়িব, যিয়ে আপোনাক অনুপ্ৰাণিত হ’ব৷ চাকৰিয়াল জাতকে লাভ অৰ্জনৰ সম্ভাৱনা আছে৷ এই সময়ত ব্যৱসায়ীয়ে পাবলগীয়া ধন লাভ কৰিব৷

কৰ্কট ৰাশি

শুক্ৰৰ ৰাশি পৰিবৰ্তন কৰ্কট ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী৷ এই ৰাশিতেই প্ৰৱেশ কৰিব শুক্ৰই৷ আপোনাৰ ব্যক্তিত্ব উন্নত হ’ব৷ ধনলাভৰ নতুন নতুন পথ মুকলি হ’ব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ ৰৈ থকা সমস্ত কাম এই সময়ত পূৰ্ণ হ’ব৷ বিবাহিত জীৱন অসাধাৰণ হ’ব৷ এই ৰাশিৰ অবিবাহিত জাতকে বিবাহৰ প্ৰস্তাৱ পাব৷ অংশীদাৰীৰ কামত লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷

কন্যা ৰাশি

আপোনাৰ বাবে শুক্ৰৰ গোচৰ লাভজনক প্ৰমাণিত হ’ব৷ আপোনাৰ ৰাশিৰ আয় আৰু লাভৰ স্থানত শুক্ৰই প্ৰৱেশ কৰিছে৷ এই সময়ত অসাধাৰণ হাৰত আয় বাঢ়িব কন্যা ৰাশিৰ জাতকৰ৷ ইয়াৰোপৰি ব্যৱসায় আৰু চাকৰিত লাভৰ সুযোগ পাব৷ আয়ৰ নতুন উৎস পাব আৰু অৰ্থ সঞ্চয়ত সফল হ’ব৷ লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ সন্তান সংক্ৰান্তিয় সু সংবাদ পাব পাৰে৷

তুলা ৰাশি

কেৰিয়াৰ আৰু ব্যৱসায়ৰ দিশৰ পৰা তুলা ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ গোচৰ শুভ৷ আপোনাৰ ৰাশিৰ কৰ্মস্থানত এই গোচৰ হ’ব৷ ইয়াৰ প্ৰভাৱত বেকাৰ তুলাৰ জাতকে চাকৰিৰ নতুন সুযোগ পাব৷ চাকৰিয়াৰ জাতকৰ পদোন্নতি হ’ব৷ আত্মবিশ্বাস বাঢ়িব এই ৰাশিৰ জাতকৰ৷ সমস্ত কামতেই অংশগ্ৰহণ কৰিব৷ ব্যৱসায়ত ভাল পৰিমাণৰ লাভ অৰ্জন কৰিব পাৰিব৷ ব্যৱসায় বিস্তাৰ কৰিব পাৰিব৷ এই ৰাশিৰত জাতকে ফিল্ম, মডেলিং, মিডিয়া বা ফেশ্ব্যন ডিজাইনিঙৰ কামৰ সৈতে যুক্তসকলৰ বাবে এই সময় শুভ৷

বৃশ্চিক ৰাশি

শুক্ৰৰ গোচৰ বৃশ্চিক ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব৷ আপোনাৰ গোচৰ কোষ্ঠীৰ নৱম স্থানত ভ্ৰমণ কৰিব শুক্ৰই৷ ভাগ্যৰ সংগ পাব বৃশ্চিক ৰাশিৰ জাতকে৷ প্ৰচুৰ অৰ্থ উপাৰ্জনৰ ওপৰিও অৰ্থ সঞ্চয়ত সক্ষম হ’ব৷ ইয়াৰ ফলত আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ দেশ-বিদেশ ভ্ৰমণৰ সুযোগ পাব এই ৰাশিৰ জাতকে৷ ধৰ্মীয় আৰু শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে৷ চাকৰিয়াল জাতকৰ পদোন্নতি আৰু বেতনবৃদ্ধি হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
ৰাম মন্দিৰৰ ছাদেৰে পানী বাগৰা বিতৰ্ক নৌযাওঁতেই খহিল এইবাৰ ৰামপথো, কি হৈছে এইবোৰ, প্ৰশ্ন ভক্তৰ

ৰাম মন্দিৰৰ ছাদেৰে পানী বাগৰা বিতৰ্ক নৌযাওঁতেই খহিল এইবাৰ ৰামপথো, কি হৈছে এইবোৰ, প্ৰশ্ন ভক্তৰ

সংঘাত কৰাব বিচাৰিছে, ভাৰতৰ মুছলমান শান্তিতেই আছে ইয়াত কোনো সংঘাত নাই, মাৰ্কিন সংস্থাৰ প্ৰতিবেদনক নস্যাৎ সংখ্যালঘূৰ

সংঘাত কৰাব বিচাৰিছে, ভাৰতৰ মুছলমান শান্তিতেই আছে ইয়াত কোনো সংঘাত নাই, মাৰ্কিন সংস্থাৰ প্ৰতিবেদনক নস্যাৎ সংখ্যালঘূৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.