• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰৰ ছাদেৰে পানী বাগৰা বিতৰ্ক নৌযাওঁতেই খহিল এইবাৰ ৰামপথো, কি হৈছে এইবোৰ, প্ৰশ্ন ভক্তৰ

1 year ago
পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ’ব নিৰ্বাচন !

14 mins ago
মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

57 mins ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

6 days ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

7 days ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 20, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাম মন্দিৰৰ ছাদেৰে পানী বাগৰা বিতৰ্ক নৌযাওঁতেই খহিল এইবাৰ ৰামপথো, কি হৈছে এইবোৰ, প্ৰশ্ন ভক্তৰ

ৰাম মন্দিৰৰ ছাদেৰে পানী বাগৰা বিতৰ্ক নৌযাওঁতেই খহিল এইবাৰ ৰামপথো, কি হৈছে এইবোৰ, প্ৰশ্ন ভক্তৰ

editor by editor
June 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ৰাম মন্দিৰৰ ছাদেৰে পানী বাগৰা বিতৰ্ক নৌযাওঁতেই খহিল এইবাৰ ৰামপথো, কি হৈছে এইবোৰ, প্ৰশ্ন ভক্তৰ
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্রথম বৰ্ষাতেই ছাদ ফুটিল, পানী পৰিছে ৰামলালাৰ গৰ্ভগৃহতয়, বিগত জানুৱাৰীত উদ্বোধন হোৱাৰ পাছতে মন্দিৰৰ ছাদ ফুটাৰ ঘটনাক লৈ এইবাৰ উত্থাপিত হৈছে প্ৰশ্ন৷ বিজেপি চৰকাৰকেই আঙুলি টোৱাইছে ভক্তসকলে৷ ইয়াৰ মাজতেই আন এক বিপত্তি নামিছে ৰামমন্দিৰলৈ৷ এইবাৰ ৰামমন্দিৰলৈ যোৱা পথ খহি পৰিছে অযোধ্যাত৷

বিগত সপ্তাহৰ বুধবাৰে নিশা হঠাৎ ৰামমন্দিৰৰ প্ৰৱেশৰ মূল পথ খহি পৰে৷ অৱশ্যে লগে লগেই অযোধ্যা প্ৰশাসনে ৰাস্তা মেৰামতিৰ কামো আৰম্ভ কৰে৷ বছৰৰ আৰম্ভনিতে তৈয়াৰ কৰা এই পথ মাত্ৰ ৬মাহৰ ভিতৰতেই খহি পৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে জনতাই৷ ইমান নিম্নমানৰ কাম কিয় কৰিছে চৰকাৰলৈ আঙুলি টোৱাইছে জনতাই৷

কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৰামপথৰ এটা অংশ বৰষুণৰ পাছতেই খহি পৰিছে৷ বিকাৰগঞ্জৰ ওচৰত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি জনাইছে অযোধ্যা প্ৰশাসনে৷ ইফালে ছাদৰ পৰা পানী পৰা বিষয়টো লৈয়ো সৰৱ হৈ আছে ৰামমন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাস৷ তেওঁ কয়, ‘যদি দুই এদিনৰ ভিতৰত এই সমস্যাৰ সমাধান কৰিব নোৱাৰে তেন্তে আমিও পূজাপাঠ কৰিবলৈ বাধ্য হম৷ সেইক্ষেত্ৰত ভক্তসকলেও পূজাপাঠত অংশ ল’ব নোৱাৰিব ৰাম মন্দিৰত৷’ পুৰোহিতৰ এই মন্তব্যৰ পাছতেই ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ চেয়াৰমেন নৃপেন মিশ্ৰই কয়, ‘উন্নত প্ৰযুক্তিৰে এই মন্দিৰ নিৰ্মাণ কৰা হৈছে৷ এই মন্দিৰত কোনো ত্ৰুটি নাই৷ বিদ্যুৎ লাইনৰ খুঁটাসমূহেৰে পানী বাগৰিছে৷ দ্ৰুত ব্যৱস্থাও লোৱা হৈছে৷ এই বিতৰ্ক চলি থকাৰ মাজতেই এইবাৰ খহিছে ৰাস্তা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ’ব নিৰ্বাচন !
ক্ৰীড়া

July 20, 2025
মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য
বিবিধ

মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

July 20, 2025
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?
জীৱনশৈলী

July 14, 2025
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য
জীৱনশৈলী

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

July 14, 2025
Next Post
সংঘাত কৰাব বিচাৰিছে, ভাৰতৰ মুছলমান শান্তিতেই আছে ইয়াত কোনো সংঘাত নাই, মাৰ্কিন সংস্থাৰ প্ৰতিবেদনক নস্যাৎ সংখ্যালঘূৰ

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ জামিন! ৫মাহ কাৰাবন্দিত্বৰ পাছত জামিন মঞ্জুৰ ঝাৰখণ্ড হাইকৰ্টৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন