• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ৰাশিৰ উন্নতি খাটাং, মহাদেৱৰ আশীৰ্বাদ এওঁলোকৰ ওপৰত বৰ্ষিত হৈছে

৫ৰাশিৰ উন্নতি খাটাং, মহাদেৱৰ আশীৰ্বাদ এওঁলোকৰ ওপৰত বৰ্ষিত হৈছে

2 years ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

18 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

18 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

19 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

20 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

20 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

20 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

21 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

22 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

22 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

23 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

23 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ৰাশিৰ উন্নতি খাটাং, মহাদেৱৰ আশীৰ্বাদ এওঁলোকৰ ওপৰত বৰ্ষিত হৈছে

৫ৰাশিৰ উন্নতি খাটাং, মহাদেৱৰ আশীৰ্বাদ এওঁলোকৰ ওপৰত বৰ্ষিত হৈছে

editor by editor
July 8, 2024
in জীৱনশৈলী
0
৫ৰাশিৰ উন্নতি খাটাং, মহাদেৱৰ আশীৰ্বাদ এওঁলোকৰ ওপৰত বৰ্ষিত হৈছে
0
SHARES
5.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ জুলাই ২০২৪ সোমবাৰে চন্দ্ৰই স্বৰাশি কৰ্কটত বিৰাজ কৰিছে৷ কৰ্কট ৰাশিৰ গ্ৰহ অধিপতি চন্দ্ৰ নিজেই৷ পঞ্জিকা অনুসৰি আজি আহাৰ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি৷ হিন্দুধৰ্ম অনুসৰি সোমবাৰ হৈছে দেৱাদিদেৱ মহাদেৱৰ প্ৰিয় দিন৷ এই দিনত তেওঁৰ আৰাধনা কৰিলে জীৱনৰ সকলো দুঃখ কষ্টৰ পৰা মুক্তি পোৱা সম্ভৱ হয়৷

জ্যোতিষ গণনা অনুসৰি আজি আছে সৰ্বাৰ্থ সিদ্ধি যোগ আৰু বজ্ৰ যোগ৷ ইয়াৰোপৰি আছে পুষ্য নক্ষত্ৰৰ প্ৰভাৱ৷ এইসমূহ শুভ যোগৰ প্ৰভাৱত দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ৷ জ্যোতিষ গণনা অনুসৰি সুখ সৌভাগ্যৰে উপচিচে ৫ ৰাশিৰ জাতকৰ জীৱন৷ এই পাঁচ ৰাশিৰ জাতকে সকলো কামতেই ভাগ্যৰ সংগ লাভ কৰিছে৷ জানি থওক দিনটো কাৰ কাৰ বাবে শুভ৷

মেষ ৰাশি

৮ জুলাইত সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত ভাগ্য খুলিছে মেষ ৰাশিৰ জাতকৰ৷ মহাদেৱৰ কৃপাত আপুনি শত্ৰুৰ ষড়়যন্ত্ৰৰ পৰা মুক্তি পাব৷ সম্পত্তিৰ লেনদেন কৰাৰ বাবে দিনটো শুভ৷ দাম্পত্য জীৱনত সুখ আৰু প্ৰেমৰ পৰিবেশ বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত পাৰ্টনাৰক কাষত পাব৷ অবিবাহিতসকলৰ বিয়াৰ কথা পাক্কা হ’ব৷

সিংহ ৰাশি

পুষ্য নক্ষত্ৰৰ শুভ প্ৰভাৱ লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কোনো বিশেষ আনন্দ আপুনি লাভ কৰিব পাৰিব৷ কোনো ঘৰ বা গাড়ী ক্ৰয় কৰাৰ দীৰ্ঘদিনৰ ইচ্ছা কাইলৈ পূৰণ হ’ব৷ পেছাগত জীৱনত পৰিবৰ্তন লক্ষ্যনীয় হ’ব৷ কেৰিয়াৰত পৰিশ্ৰম কৰিলে তাৰ শুভ ফল আপুনি পাব৷ কোনো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে কৰ্কটৰ জাতকে৷

ধনু ৰাশি

বজ্ৰ যোগৰ প্ৰভাৱত  ধন লাভ কৰিব ধনু ৰাশিৰ জাতকে৷  আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ সকলো কামতেই  প্ৰচুৰ সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ ইয়াৰ ফলত আপোনাৰ মনত আনন্দ থাকিব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব৷ কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে ধনু ৰাশিৰ জাতকে শুভ সময় কটাব৷ আপোনাৰ মনত আনন্দ থাকিব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

কুম্ভ ৰাশি

সৰ্বাৰ্থ সিদ্ধি যোগত মহাদেৱৰ আশীৰ্বাদ বৰ্ষিত হ’ব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব আপোনাৰ৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ আপোনাৰ ব্যৱহাৰত কিছু উগ্ৰতা বাঢ়িব৷ পৰিশ্ৰমৰ সুফল পাব৷ আৰ্থিক লাভ হ’ব৷

মীন ৰাশি

পুষ্য নক্ষত্ৰৰ শুভ প্ৰভাৱ বৰ্তি থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ নিজৰ নেটৱৰ্থ বঢ়াব পাৰিব৷ নিজৰ সকলো কাম সম্পন্ন হ’ব৷ সকলোৰে সৈতে ভাল সময় কটাব আপুনি৷ নিজৰ লক্ষ্য পুৰণতো সফল হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!
অসম

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

October 11, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

October 11, 2026
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!
অপৰাধ

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

October 11, 2026
Next Post
দৈনিক ৰাশিফল- কি কয় আজি ৯ জুলাইৰ ৰাশিচক্ৰই, জানিবলৈ পঢ়ক সবিশেষ…

দৈনিক ৰাশিফল- কি কয় আজি ৯ জুলাইৰ ৰাশিচক্ৰই, জানিবলৈ পঢ়ক সবিশেষ...

চৰকাৰী চাকৰিৰ পৰীক্ষাৰ তাৰিখ সদৰি, ব’হাগ বিহুৰ পূৰ্বেই ৩৫ হাজাৰ নিবনুৱাই লাভ কৰিব চাকৰি- মুখ্যমন্ত্ৰী

চৰকাৰী চাকৰিৰ পৰীক্ষাৰ তাৰিখ সদৰি, ব'হাগ বিহুৰ পূৰ্বেই ৩৫ হাজাৰ নিবনুৱাই লাভ কৰিব চাকৰি- মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.