আশা নকৰাটোকে হ’বলৈ গৈ আছে অসমত। নৈশ কার্ফিউৰ পাছত আশংকা লকডাউনৰ। ১ মে’লৈকে নৈশ কার্ফিউ, ২ মে’ৰ পাছত কি? প্ৰয়োজনত ১৪ দিনৰ লকডাউনৰ পক্ষত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়।