• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদ্যুৎ বিভাগত আপোনাৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰিলেনে? কৰক, অন্যথা সাময়িকভাৱে হ’ব সংযোগ বিচ্ছিন্ন

বিদ্যুৎ বিভাগত আপোনাৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰিলেনে? কৰক, অন্যথা সাময়িকভাৱে হ’ব সংযোগ বিচ্ছিন্ন

5 years ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

4 minutes ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

49 minutes ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

2 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

2 hours ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

4 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

5 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

18 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

19 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

19 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

20 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

20 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিদ্যুৎ বিভাগত আপোনাৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰিলেনে? কৰক, অন্যথা সাময়িকভাৱে হ’ব সংযোগ বিচ্ছিন্ন

editor by editor
June 24, 2021
in অসম, গুৱাহাটী
0
বিদ্যুৎ বিভাগত আপোনাৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰিলেনে? কৰক, অন্যথা সাময়িকভাৱে হ’ব সংযোগ বিচ্ছিন্ন
0
SHARES
16k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিদ্যুতৰ গ্ৰাহকসকলৰ বাবে ৰাজ্যৰ শক্তি বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। শেহতীয় নিৰ্দেশনা অনুসৰি, গ্ৰাহকৰ নিয়মীয়া বিদ্যুত যোগানৰ বাবে নিজৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। অন্যথা সাময়িকভাৱে বিচ্ছিন্ন কৰিব বিদ্যুৎ সংযোগ। গ্ৰাহকসকলক শীঘ্ৰেই তথ্য দাখিল কৰিবলৈ আহ্বান জনায় শক্তিমন্ত্ৰী বিমল বড়াই। তথ্য জমা দিয়াৰ অন্তিম তাৰিখ ১৫ জুলাই। ব্যক্তিৰ নাম, কমজ্যুমাৰ নম্বৰ, মোবাইল নম্বৰ, আধাৰ কাৰ্ড, ই-মেইল আইডি আৰু জীৱিকা সন্দৰ্ভত দাখিল কৰিব তথ্য। ৰাজ্যৰ মুঠ ৬৪ লাখ গ্ৰাহকৰ অধিকসংখ্যকেই তথ্য জমা দিয়া নাই চৰকাৰক। তেনেক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে শক্তিবিভাগ। সেয়ে গ্ৰাহকসকলৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শক্তিবিভাগে ।

তথ্যসমূহ অনলাইন আপডেট কৰাৰ প্ৰক্ৰিয়া সম্পৰ্কে জানি লওঁক-

  • APDCLৰ নিজা ৱেবছাইটত www.apdcl.org লগ ইন কৰক
  • সেই পেজৰ upload mobile number টেবলৈ গৈ ক্লিক কৰক। তেতিয়া এখন নতুন পেজ ওলাব।
  • তাৰ consumer no অপছনত আপোনাক কনজ্যুমাৰ নম্বৰ ভৰাওঁক। তেতিয়া আপোনাৰ কি ক তথ্য APDCLৰ ওচৰত আছে, সেয়া ডিচপ্লে’ হ’ব।
  • খালী স্থানসমূহত ( যেনে মোবাইল নম্বৰ, আধাৰ নম্বৰ আদি) তথ্যসমূহ ভৰাওঁক।
  • যদি কিবা তথ্য ভুল হৈ আছে তেন্তে ‘এডিট’ কৰি শুদ্ধ তথ্য দিয়ক।
  • তাৰ পাছত submit বুটামটো টিপক।
  • এইবাৰ আপোনাৰ মোবাইল ফোনলৈ এটা otp যাব।
  • otp টো ভৰাই verify কৰিলে আপোনাৰ কাম সম্পূৰ্ণ হ’ব।

উল্লেখ্য, কোনো ব্যক্তিয়ে অনলাইনযোগে এই কাম কৰিবলৈ সমস্যাৰ সন্মুখীন হ’লে তথ্যসমূহ কাগজত লিখি নিজৰ বৈদ্যুতিক উপ-মণ্ডলৰ কাৰ্যালয়ত জমা দিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam electricity boardassam live 24axom live 24bimal borah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা
অসম

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

September 4, 2026
Next Post
আৰক্ষীৰ গুলীত নিহত বুবু কোঁৱৰৰ অপৰাধনামা

আৰক্ষীৰ গুলীত নিহত বুবু কোঁৱৰৰ অপৰাধনামা

কোভিড প্ৰতিষেধক নল’লে বিধানসভাত প্ৰৱেশ নিষেধ বিধায়কৰ

কোভিড প্ৰতিষেধক নল’লে বিধানসভাত প্ৰৱেশ নিষেধ বিধায়কৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.