অসম-নাগালেণ্ড সীমান্তৰ দিচৈ ভেলী। দিচৈ ভেলীত নগা দুর্বৃত্তৰ অবৈধ দখল উচ্ছেদ। অসম আৰক্ষীৰ অস্থায়ী শিবিৰ স্থাপন। এতিয়াৰে পৰা চোকা দৃষ্টি থাকিব সীমান্তত।