• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰসংগ উপ-নিৰ্বাচনঃ মৰিয়নী সমষ্টিত সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে কংগ্ৰেছ

প্ৰসংগ উপ-নিৰ্বাচনঃ মৰিয়নী সমষ্টিত সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে কংগ্ৰেছ

5 years ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

8 hours ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

8 hours ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

8 hours ago
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

9 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

9 hours ago
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

10 hours ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

11 hours ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

12 hours ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

13 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

13 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

14 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰসংগ উপ-নিৰ্বাচনঃ মৰিয়নী সমষ্টিত সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে কংগ্ৰেছ

editor by editor
July 10, 2021
in অসম, গুৱাহাটী, ৰাজনীতি
0
প্ৰসংগ উপ-নিৰ্বাচনঃ মৰিয়নী সমষ্টিত সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে কংগ্ৰেছ
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মৰিয়নী সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱা ৰূপজোতি কুৰ্মীয়ে কংগ্ৰেছ দল আৰু কংগ্ৰেছত ভোটদান কৰা ৰাইজক চৰম বিশ্বাসঘাটকতা কৰে। মৰিয়নী সমষ্টিত একপ্ৰকাৰ কংগ্ৰেছৰ ভেঁটি খহাই বিজেপি দলত যোগদান কৰাৰ লগে লগে কংগ্ৰেছৰ আভ্যন্তৰীন নেতৃত্বৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ হ’বলৈ আৰম্ভ হৈছে। অন্যহাতে বিশ্বাসঘাটক ৰূপজোতি কুৰ্মীক উপ-নিৰ্বাচনত এসেকা দিবলৈ সাজু হৈছে কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মকৰ্তা। ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক আৰু যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে দিনে নিশাই মৰিয়নী সমষ্টিৰ চুকে-কোণে গৈ কংগ্ৰেছ দলৰ কৰ্মীসকলৰ সৈতে সাক্ষাৎ কৰি দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত উঠি পৰি লাগিছে। ৰাণা গোস্বামীৰ সৱল নেতৃত্বত ইতিমধ্যেই মৰিয়নীত কংগ্ৰেছৰ খহনীয়া বহুখিনি ৰোধ হোৱা  পৰিলক্ষিত হৈছে। আনহাতে আঞ্চলিক দল ৰাইজৰ দলেও মৰিয়নী সমষ্টিত  আগন্তুক উপ-নিৰ্বাচনত যুঁজিবলৈ সাজু হৈছে। ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে ইতিমধ্যে সমষ্টিটোৰ গাঁৱে-ভূঁ‌য়ে দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে ৰাইজৰ লগতে জাতীয় সংগঠনসমূহৰ কাষ চাপিছে। জানিব পৰা মতে, ইতিমধ্যেই একাংশ জাতীয় সংগঠনৰ সৈতে ৰাইজৰ দলৰ নেতৃত্বই আলোচনাত মিলিত হৈ আসন্ন উপ নিৰ্বাচনৰ ৰণকৌশলো তৈয়াৰ কৰিছে। ইফালে ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শীঘ্ৰেই মৰিয়নী সমষ্টিত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সৈতে আলোচনাত মিলিত হ’ব। মন কৰিবলগীয়া যে ৰূপজোতি কুৰ্মীৰ বিজেপি গমনে যি দৰে কংগ্ৰেছৰ কৰ্মকৰ্তা সকলক বিষন্ন কৰিছে সেইদৰে বিজেপিৰ কৰ্মকৰ্তা সকলকো অতিষ্ঠ কৰি তুলিছে। কিয়নো দুই বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰি কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলে পৰস্পৰে পৰস্পৰৰ আদৰ্শক সমালোচনা কৰি বছৰ বছৰ ধৰি ৰাজনৈতিক যুঁজ দিয়া মৰিয়নীৰ নিষ্ঠাবান কংগ্ৰেছ আৰু বিজেপি কৰ্মীসকলক অনাকাংক্ষিত ৰাজনৈতিক পৰিবৰ্তনে বিমোৰত পেলাইছে। ইফালে ৪ জুলাইত বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বিজেপিৰ যোগদান সভাত মন্ত্ৰী পিয়ুষ হাজৰিকাই ৰূপজোতি কুৰ্মীৰ প্ৰশংসাত পঞ্চমুখ হৈ দিয়া ভাষণে মৰিয়নী সমষ্টিৰ বিজেপিৰ কৰ্মীসকলক একপ্ৰকাৰে অপ্ৰস্তুত কৰি তুলিছিল। উক্ত সভাত বিজেপিৰ কেইবাজনো ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা আৰু কৰ্মীক সম্পূৰ্ণৰূপে উপেক্ষা কৰাত বিজেপি কৰ্মীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। মৰিয়নীসহ চাৰিটা বিধানসভা সমষ্টিৰ সম্ভাব্য উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰু সমষ্টিকেইটাত দলীয় আন্তঃগাঁথনিৰ বুজ ল’বলৈ অসম জাতীয় পৰিষদে তৎপৰতা আৰম্ভ কৰিছে৷ সেই মৰ্মে আজি দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই চাৰিখন উপ-সমিতি গঠন কৰি দিয়ে।

উপ-সমিতি কেইখন এনেধৰণৰ:

মৰিয়নীঃ

ইজৰাইল নন্দ

বাণী দাস

জিয়াউৰ ৰহমান

ৰাজু ফুকন

প্ৰদীপ সেন শৰ্মা

মাজুলীঃ

চিত্তৰঞ্জন বসুমতাৰী

ডঃ শংকৰজ্যোতি কুটুম

ডঃ উৎপল শৰ্মা

দ্বীপ পেগু

সত্যজিৎ ৰেগন

তামুলপুৰঃ

অঞ্জন উপাধ্যায়

অমিতাভ বৰঠাকুৰ

গিৰিণ তালুকদাৰ

পংকজ লোচন গোস্বামী

গোসাইগাঁওঃ

দুলু আহমেদ

দেৱজিৎ অধিকাৰী

প্ৰিন্স ফাইজুল হক

ডাঃ আনিচ আহমেদ

অজয় তাঁতী

উপ-সমিতিকেইখনক অহা ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে সাধাৰণ সম্পাদক জগদীশ ভূঞাই৷

দীপক দত্ত, মৰিয়নী, অসম লাইভ ২৪

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24by electionrupjyoti kurmi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য
অসম

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

April 25, 2026
অংক কৰিলেই BJP লৈ ৰাঘৱ চাড্ডা, কিয় বাতিল নহয় সাংসদ পদ? দলত্যাগ আইনত কি আছে?
জীৱনশৈলী

অংক কৰিলেই BJP লৈ ৰাঘৱ চাড্ডা, কিয় বাতিল নহয় সাংসদ পদ? দলত্যাগ আইনত কি আছে?

April 25, 2026
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড
অসম

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

April 24, 2026
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?
জীৱনশৈলী

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

April 24, 2026
Next Post
আকৌ বিপদ এংকৰ অৰ্ণৱ গোস্বামীৰ

আকৌ বিপদ এংকৰ অৰ্ণৱ গোস্বামীৰ

দিন হাজিৰা কৰা লোকক ক’ৰোনাই কৰিলে লাখপতি

দিন হাজিৰা কৰা লোকক ক’ৰোনাই কৰিলে লাখপতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.