আকৌ বিপদ এংকৰ অৰ্ণৱ গোস্বামীৰ। অৰ্ণৱৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ অভিযোগ। শিৱসেনাৰ বিধায়ক প্ৰতাপ চাৰনাইকেৰ প্ৰস্তাৱ। মুখ্যমন্ত্ৰীক অশোভনীয় মন্তব্য দিছিল এংকৰগৰাকীয়ে।