অসম লাইভ ২৪ঃ ৰাজ্যিক বিজেপিৰ পূৰ্ণাংগ কমিটী গঠন। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত গঠন কৰা হয় নতুন সমিতি। বাজপেয়ী ভৱনত এক সংবাদমেলযোগে ভৱেশ কলিতাই আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে নতুন ৰাজ্যিক সমিতিৰ তালিকা।


এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















