• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অচিৰেই অসম আৰক্ষীত নিযুক্তি, SIৰ ৩২০ পদৰ বাবে নিয়োগ বিজ্ঞাপন

অচিৰেই অসম আৰক্ষীত নিযুক্তি, SIৰ ৩২০ পদৰ বাবে নিয়োগ বিজ্ঞাপন

4 years ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

19 minutes ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

51 minutes ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

2 hours ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

2 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

2 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

3 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

4 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

4 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

5 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

5 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

অচিৰেই অসম আৰক্ষীত নিযুক্তি, SIৰ ৩২০ পদৰ বাবে নিয়োগ বিজ্ঞাপন

editor by editor
January 19, 2022
in অসম, গুৱাহাটী, নিয়োগ
0
অচিৰেই অসম আৰক্ষীত নিযুক্তি, SIৰ ৩২০ পদৰ বাবে নিয়োগ বিজ্ঞাপন
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অচিৰেই অসম আৰক্ষীৰ উপ-পৰিদৰ্শৰ ৩২০ টা খালী পদত নিয়োগ কৰিব প্ৰাৰ্থী৷ ইতিমধ্যে এক নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে State Level Recruitment Board, Assamৰ অধ্যক্ষই৷ আৱেদনৰ অন্তিম তাৰিখ ২১ জানুৱাৰী৷ প্ৰকাশিত বিজ্ঞাপন অনুসৰি, কামোণ্ডো বেটেলিয়ান আৰু কনিষ্টবলৰ পদসমূহ পূৰণ কৰা হ’ব৷ মুঠ ৩২০ টা পদৰ ভিতৰত ৩১৪ টা পদ পুৰুষ কনিষ্টবল আৰু ৬ টা পদ মহিলাৰ বাবে সংৰক্ষিত৷ প্ৰাৰ্থীৰ বয়স হ’ব লাগিব ১ জানুৱাৰী ২০২১ লৈ ২০-২৪ বছৰ৷ সংৰক্ষিত প্ৰাৰ্থীয়ে বয়সৰ ঊৰ্ধসীমাত চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আৱেদনকাৰী  কলা, বাণিজ্য অথবা বিজ্ঞান স্নাতক হ’ব লাগিব৷ শেহতীয়াভাৱে অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ৷ এইবাৰ উভয়লিংগৰ ব্যক্তিয়ে আৱেদন কৰিব পাৰিব খালী হৈ থকা পদৰ বাবে৷ অসম আৰক্ষীৰ ৱেৱচাইত উপলব্ধ প্ৰাৰ্থীৰ যোগ্যতা সন্দৰ্ভত৷ অসম আৰক্ষীৰ অফিচিয়েল ৱেৱচাইট www.slprbassam.in যোগে আনলাইন আৱেদন দাখিল কৰিব পাৰিব৷ ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়া অব্যাহত থাকিব ২১ জানুৱাৰীলৈ৷ ৱেৱচাইটত গৈ উপযুক্ত প্ৰাৰ্থীয়ে আৱেদন কৰিব পাৰিব খালী হৈ থকা পদসমূহৰ বাবে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assam policeaxom live 24Best Assamese News Channelsub inspector
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাজঘৰ
অসম

সাজঘৰ

June 7, 2026
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
Next Post
হ্ৰাস পাইছে অমিক্ৰণৰ সংক্ৰমণ, এতিয়াৰে পৰা এইখন দেশত বাধ্যতামূলক নহয় মাস্ক  পৰিধান

হ্ৰাস পাইছে অমিক্ৰণৰ সংক্ৰমণ, এতিয়াৰে পৰা এইখন দেশত বাধ্যতামূলক নহয় মাস্ক  পৰিধান

অপেক্ষাৰ অন্ত পৰিব! শীঘ্ৰেই বাণিজ্যিকভাৱে উপলব্ধ হ’ব কোভিড ভেকচিন

অপেক্ষাৰ অন্ত পৰিব! শীঘ্ৰেই বাণিজ্যিকভাৱে উপলব্ধ হ’ব কোভিড ভেকচিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.