• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংকটত গুগলৰ CEO সুন্দৰ পিচাই : পিচাইৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু!

সংকটত গুগলৰ CEO সুন্দৰ পিচাই : পিচাইৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু!

4 years ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

10 minutes ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

1 hour ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

2 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

2 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

3 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

4 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

4 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

5 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

5 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

6 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

6 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সংকটত গুগলৰ CEO সুন্দৰ পিচাই : পিচাইৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু!

editor by editor
January 27, 2022
in অপৰাধ, অসম, বিনোদন, ভাৰত
0
সংকটত গুগলৰ CEO সুন্দৰ পিচাই : পিচাইৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু!
0
SHARES
74
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সংকটৰ সন্মুখীন হৈছে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই৷ গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ বিৰুদ্ধে কপিৰাইট উলংঘনৰ দৰে অতি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

বলিউদৰ ছবি নিৰ্মাতা সুনীল দৰ্শনে সুন্দৰ পিচাইসহ আন পাঁচজনৰ বিৰুদ্ধে এমআইডিচি আৰক্ষী চকীত কপিৰাইট উলংঘনৰ অভিযোগত এজাহাৰ দাখিল কৰিছে৷

ইতিমধ্যে আৰক্ষীয়ে কপিৰাইট উলংঘন আইন, ১৯৫৭-ৰ ধাৰা ৫১, ৬৩ আৰু ৬৯ৰ অধীনত এজাহাৰখন পঞ্জীয়ন কৰিছে।

দৰ্শনে অভিযোগ কৰিছে যে তেওঁ ২০১৭ চনত নিৰ্মাণ কৰা এক হাছিনা থি এক দিৱানা থাৰ চলচ্চিত্ৰখনৰ কপিৰাইট উলংঘন কৰি গুগলৰ মালিকানাধীন ইউটিউবত আপলোড কৰা হৈছে। ইউটিউবত আপলোড কৰাৰ পিছতে ছবিখনে ১ মিলিয়নৰো অধিক ভিউজ অতিক্ৰম কৰিছে বুলিও নিৰ্মাতা দৰ্শনে দাবী কৰিছে৷

দৰ্শনে লগতে কয়, ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্মত ছবিখন আপলোড কৰি কেইবাজনো লোকে ধন উপাৰ্জন কৰিছে।

বহু বছৰ ধৰি ইউটিউবৰ ওচৰত বিষয়টো উত্থাপন কৰিছিল যদিও ইউটিউবৰ পৰা কোনো সঁহাৰি লাভ নকৰাত তেওঁ অৱশেষত আইনী পদক্ষেপ ল’বলৈ বাধ্য হয় বুলিও মন্তব্য কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24CEO Sundar PichaiGoogle CEOSundar PichaiSuneel Darshan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড
বিনোদন

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

March 17, 2026
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?
বিনোদন

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

March 16, 2026
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য
বিনোদন

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

March 16, 2026
Next Post
গণৰাজ্য দিৱসৰ দিনাই নিৰাপত্তাৰক্ষীক গুলীয়াই পলাল দুই সন্ত্ৰাসবাদী

গণৰাজ্য দিৱসৰ দিনাই নিৰাপত্তাৰক্ষীক গুলীয়াই পলাল দুই সন্ত্ৰাসবাদী

অসম কেবিনেটৰ সিদ্ধান্ত : হ্ৰাস কৰা হ’ল মুখ্যমন্ত্ৰী কনভয়ৰ বাহনৰ সংখ্যা

অসম কেবিনেটৰ সিদ্ধান্ত : হ্ৰাস কৰা হ’ল মুখ্যমন্ত্ৰী কনভয়ৰ বাহনৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.