• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংকটত গুগলৰ CEO সুন্দৰ পিচাই : পিচাইৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু!

সংকটত গুগলৰ CEO সুন্দৰ পিচাই : পিচাইৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু!

4 months ago
শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

2 hours ago
বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

3 hours ago
অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

3 hours ago
বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

4 hours ago
পঞ্চাশোৰ্ধৰ মহিলাৰ যৌনতা হ্ৰাস পাই নেকি? অধ্যয়নে কি কয়?

পঞ্চাশোৰ্ধৰ মহিলাৰ যৌনতা হ্ৰাস পাই নেকি? অধ্যয়নে কি কয়?

5 hours ago
ভাৰতৰ কাষত থিয় দিলে চিৰবৈৰী চীনে! কিন্তু কিয় ভাৰতক সমৰ্থন চীনৰ?

ভাৰতৰ কাষত থিয় দিলে চিৰবৈৰী চীনে! কিন্তু কিয় ভাৰতক সমৰ্থন চীনৰ?

6 hours ago
সাৱধান! জলপ্ৰপাতত ফটো তুলি থাকোতে ৫০ ফুট তললৈ পৰি মৃত্যু সুন্দৰী যুৱতী পৰ্যটকৰ

সাৱধান! জলপ্ৰপাতত ফটো তুলি থাকোতে ৫০ ফুট তললৈ পৰি মৃত্যু সুন্দৰী যুৱতী পৰ্যটকৰ

7 hours ago
যৌন সংগমৰ সময়ত মাত্ৰাধিক চিঞৰ বাখৰ এহাল দম্পতীৰ, প্ৰতিবেশীয়ে তৰিলে গোচৰ!

যৌন সংগমৰ সময়ত মাত্ৰাধিক চিঞৰ বাখৰ এহাল দম্পতীৰ, প্ৰতিবেশীয়ে তৰিলে গোচৰ!

8 hours ago
জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি  ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক

জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক

9 hours ago
আৰ্ত শিশুৰ বাবে ১১৮ লিটাৰ মাতৃদুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ

আৰ্ত শিশুৰ বাবে ১১৮ লিটাৰ মাতৃদুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ

1 day ago
যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

1 day ago
জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?

জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?

1 day ago
  • About
  • Advertise
  • Careers
Wednesday, May 18, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সংকটত গুগলৰ CEO সুন্দৰ পিচাই : পিচাইৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু!

editor by editor
January 27, 2022
in অপৰাধ, অসম, বিনোদন, ভাৰত
0
সংকটত গুগলৰ CEO সুন্দৰ পিচাই : পিচাইৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু!
0
SHARES
40
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সংকটৰ সন্মুখীন হৈছে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই৷ গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ বিৰুদ্ধে কপিৰাইট উলংঘনৰ দৰে অতি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

 

বলিউদৰ ছবি নিৰ্মাতা সুনীল দৰ্শনে সুন্দৰ পিচাইসহ আন পাঁচজনৰ বিৰুদ্ধে এমআইডিচি আৰক্ষী চকীত কপিৰাইট উলংঘনৰ অভিযোগত এজাহাৰ দাখিল কৰিছে৷

 

ইতিমধ্যে আৰক্ষীয়ে কপিৰাইট উলংঘন আইন, ১৯৫৭-ৰ ধাৰা ৫১, ৬৩ আৰু ৬৯ৰ অধীনত এজাহাৰখন পঞ্জীয়ন কৰিছে।

 

দৰ্শনে অভিযোগ কৰিছে যে তেওঁ ২০১৭ চনত নিৰ্মাণ কৰা এক হাছিনা থি এক দিৱানা থাৰ চলচ্চিত্ৰখনৰ কপিৰাইট উলংঘন কৰি গুগলৰ মালিকানাধীন ইউটিউবত আপলোড কৰা হৈছে। ইউটিউবত আপলোড কৰাৰ পিছতে ছবিখনে ১ মিলিয়নৰো অধিক ভিউজ অতিক্ৰম কৰিছে বুলিও নিৰ্মাতা দৰ্শনে দাবী কৰিছে৷

 

দৰ্শনে লগতে কয়, ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্মত ছবিখন আপলোড কৰি কেইবাজনো লোকে ধন উপাৰ্জন কৰিছে।

 

বহু বছৰ ধৰি ইউটিউবৰ ওচৰত বিষয়টো উত্থাপন কৰিছিল যদিও ইউটিউবৰ পৰা কোনো সঁহাৰি লাভ নকৰাত তেওঁ অৱশেষত আইনী পদক্ষেপ ল’বলৈ বাধ্য হয় বুলিও মন্তব্য কৰে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24CEO Sundar PichaiGoogle CEOSundar PichaiSuneel Darshan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?
ভাৰত

শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

May 18, 2022
বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা
ভাৰত

বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

May 18, 2022
অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ
ভাৰত

অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

May 18, 2022
বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?
চিনেমা

বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

May 18, 2022
Next Post
গণৰাজ্য দিৱসৰ দিনাই নিৰাপত্তাৰক্ষীক গুলীয়াই পলাল দুই সন্ত্ৰাসবাদী

গণৰাজ্য দিৱসৰ দিনাই নিৰাপত্তাৰক্ষীক গুলীয়াই পলাল দুই সন্ত্ৰাসবাদী

অসম কেবিনেটৰ সিদ্ধান্ত : হ্ৰাস কৰা হ’ল মুখ্যমন্ত্ৰী কনভয়ৰ বাহনৰ সংখ্যা

অসম কেবিনেটৰ সিদ্ধান্ত : হ্ৰাস কৰা হ’ল মুখ্যমন্ত্ৰী কনভয়ৰ বাহনৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.