• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰ আৰু কন্টেইনাৰৰ মুখামুখি সংঘৰ্ষ : থিতাতে মৃত্যু ৫ জনৰ

কাৰ আৰু কন্টেইনাৰৰ মুখামুখি সংঘৰ্ষ : থিতাতে মৃত্যু ৫ জনৰ

4 years ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

2 minutes ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

43 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

60 minutes ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

2 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

2 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

3 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

3 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

4 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

4 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

5 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কাৰ আৰু কন্টেইনাৰৰ মুখামুখি সংঘৰ্ষ : থিতাতে মৃত্যু ৫ জনৰ

editor by editor
January 30, 2022
in অসম, ভাৰত
0
কাৰ আৰু কন্টেইনাৰৰ মুখামুখি সংঘৰ্ষ : থিতাতে মৃত্যু ৫ জনৰ
0
SHARES
323
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এক লোমহৰ্ষক পথ দুৰ্ঘটনাত মৃত্যু হৈছে পাঁচগৰাকীকৈ কাৰ আৰোহীৰ৷

এখন কন্টেইনাৰ আৰু কাৰৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত মৃত্যু হৈছে পাঁচজন লোকৰ৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মুম্বাই-পুনে সংযোগী পুৰণি ৰাষ্ট্ৰীয় ঘাইপথৰ ল’নাভ্লা নামৰ ঠাইত দেওবাৰে পুৱা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷

ঘটনাৰ বিৱৰণী অনুসৰি ল’নাভ্লাৰ দিশৰ পৰা পুনে অভিমুখে গৈ থকা বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাই পথৰ ডিভাইডাৰ ভাঙি বিপৰীত দিশৰ পৰা আহি থকা এখন দ্ৰুতবেগী কন্টেইনাৰখনৰ তলত সোমাই পৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়৷

এই ভয়ংকৰ দুৰ্ঘটনাটোত মুম্বাই মীৰা ৰোডৰ নিৱাসী মাছিদেৱী তিলক(৪২), সীমা ৰাজ(৩২), শালিনী ৰূপনাৰায়ণ ৰাজ(১৯), মহাবীৰ ৰাজ(১৮) আৰু চালকজন থিতাতে নিহত হয়৷ মুম্বাইৰে কুৰ্লা এলেকাৰ ৰেহান আনছাৰী নামৰ অন্য এজন লোকো দুৰ্ঘটনাটোত নিহত হৈছে৷

ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা মতে দুৰ্ঘটনাটোত অন্য কেইগৰাকী মান লোক আহত হৈছে আৰু তেওঁলোকক স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

দুৰ্ঘটনাৰ পিছতে ল’নাভ্লাত ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা বুলিও স্থানীয় আৰক্ষী বিষয়াই প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24road accidentroad accident in mumbai
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!
ৰাজনীতি

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

June 7, 2026
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 
ভাৰত

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

June 7, 2026
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ
ভাৰত

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

June 7, 2026
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?
ক্ৰীড়া

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

June 7, 2026
Next Post
ৰহস্যময়ী যুৱতীৰ সৈতে হৃতিক ৰোশন : কোন এই ৰহস্যময়ী যুৱতী?

ৰহস্যময়ী যুৱতীৰ সৈতে হৃতিক ৰোশন : কোন এই ৰহস্যময়ী যুৱতী?

উচ্চতাকলৈ অসুখী নেকি! :  ১৮ বছৰৰ পিছত আপোনাৰ উচ্চতা কেনেকৈ বৃদ্ধি কৰিব?

উচ্চতাকলৈ অসুখী নেকি! : ১৮ বছৰৰ পিছত আপোনাৰ উচ্চতা কেনেকৈ বৃদ্ধি কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.