• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অ’মিক্ৰণতকৈ ভয়াৱহ ‘হে মিত্ৰ’! কি এই আৰু কোন এই ‘হে মিত্ৰ’?

অ’মিক্ৰণতকৈ ভয়াৱহ ‘হে মিত্ৰ’! কি এই আৰু কোন এই ‘হে মিত্ৰ’?

5 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

4 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

4 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

5 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

5 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

6 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

7 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

8 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

8 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

9 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

10 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

11 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অ’মিক্ৰণতকৈ ভয়াৱহ ‘হে মিত্ৰ’! কি এই আৰু কোন এই ‘হে মিত্ৰ’?

editor by editor
January 31, 2022
in অসম, ভাৰত, ৰাজনীতি
0
অ’মিক্ৰণতকৈ ভয়াৱহ ‘হে মিত্ৰ’! কি এই আৰু কোন এই ‘হে মিত্ৰ’?
0
SHARES
294
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত কৰোনাৰ তৃতীয় ভেৰিয়েন্ট অ’মিক্ৰণতকৈ ভয়াৱহ হৈছে ‘মিত্ৰ’৷ ‘মিত্ৰ’ই দেশত অ’মিক্ৰণতকৈ অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ যি পৰিস্থিতিয়ে দেশলৈ সংকট নমাই আনিছে! কিন্তু কি এই মিত্ৰ? যি হৈছে অ’মিক্ৰণতকৈ ভয়াৱহ!

এই অ’মিক্ৰণতকৈ ভয়াৱহ ‘মিত্ৰ’ কি সেই সম্পৰ্কে দেশবাসী সতৰ্ক কৰি দিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৱে৷

থাৰুৱে সোমবাৰে নিজ টুইটাৰ হেণ্ডলত টুইট কৰি কয় যে ‘মিত্ৰ’ হৈছে কৰোনাৰ তৃতীয় ভেৰিয়েন্ট অ’মিক্ৰণতকৈ অধিক ভয়াৱহ৷ আৰু এই ‘মিত্ৰ’ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জিভাৰ আগত থকা দেশবাসীক সম্বোধন কৰা শব্দ ‘হে মিত্ৰ’৷

Far more dangerous than #Omicron is “O Mitron”! We are measuring the consequences of the latter every day in increased polarisation, promotion of hatred & bigotry, insidious assaults on the Constitution & the weakening of our democracy. There is no “milder variant” of this virus.

— Shashi Tharoor (@ShashiTharoor) January 31, 2022

শশী থাৰুৰ মতে দেশৰ অ’মিক্ৰণতকৈ ‘হে মিত্ৰ’হে অধিক ভয়াৱহ! ইয়াৰ দ্বাৰা প্ৰতিদিনে বৰ্ধিত মেৰুকৰণ, ঘৃণা আৰু গোড়ামিৰ প্ৰচাৰ, সংবিধানৰ ওপৰত প্ৰৱঞ্চনামূলক আক্ৰমণ আৰু আমাৰ গণতন্ত্ৰক দুৰ্বল কৰাৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে৷

এই ভাইৰাছৰ অৰ্থাৎ ‘হে মিত্ৰ’ৰ সদায় মাৰাত্মক ভাইৰাছ আৰু ইয়াৰ কোনো ‘মৃদু প্ৰকাৰ’ নাই বুলিও কটাক্ষ কৰিছে থাৰুৱে৷

এই টুইটৰ পিছতে থাৰুক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে৷ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহনাছ পোনাৱালাই আক্ৰমণ কৰি কয় যে যে শশী থাৰুৱে এইদৰে টুইট কৰি দেশৰ গম্ভীৰ কোভিড পৰিস্থিতিক উপলুঙাহে কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid19mitronomicronShashi Tharoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
Next Post
কোভিড কালত ভাল খবৰ, পুনৰ শ্ৰেণী কোঠাত পাঠদান

কোভিড কালত ভাল খবৰ, পুনৰ শ্ৰেণী কোঠাত পাঠদান

অৰ্থৈনিতক পূৰ্বানুমান : দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৮.৫ শতাংশ!

অৰ্থৈনিতক পূৰ্বানুমান : দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৮.৫ শতাংশ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.