• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বৈবাহিক ধৰ্ষণক অপৰাধ ৰূপে গণ্য হ’ব নে?’ ইয়াক কোনে নিৰ্ধাৰণ কৰিব?

‘বৈবাহিক ধৰ্ষণক অপৰাধ ৰূপে গণ্য হ’ব নে?’ ইয়াক কোনে নিৰ্ধাৰণ কৰিব?

4 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

23 minutes ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

40 minutes ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

57 minutes ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

1 hour ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

2 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

3 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

4 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

5 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

7 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

7 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

8 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘বৈবাহিক ধৰ্ষণক অপৰাধ ৰূপে গণ্য হ’ব নে?’ ইয়াক কোনে নিৰ্ধাৰণ কৰিব?

editor by editor
February 5, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
‘বৈবাহিক ধৰ্ষণক অপৰাধ ৰূপে গণ্য হ’ব নে?’ ইয়াক কোনে নিৰ্ধাৰণ কৰিব?
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈবাহিক ধৰ্ষণক অপৰাধ বুলি গণ্য কৰা হ’ব নে নহয় সেই বিবাদে এতিয়া নতুন মোৰ লৈছে৷

উল্লেখ্য যে বৈবাহিক ধৰ্ষণক অপৰাধ বুলি গণ্য কৰা হ’ব নে নহয় সেই প্ৰশ্নটো দিল্লী উচ্চ ন্যায়ালয়ত শুনানি হোৱাৰ পূৰ্বে কেন্দ্ৰই ইয়াৰ শুনানি স্থগিতাদেশ বিচাৰি আবেদন কৰিছিল৷

ইয়াৰ পিছতে শুকুৰবাৰে কেন্দ্ৰই উচ্চ ন্যায়ালয়ত এক শপতনামা দাখিল কৰি কৈছে যে বৈবাহিক ধৰ্ষণক অপৰাধ বুলি গণ্য কৰা হ’ব নে নহয় সেই সিদ্ধান্ত সংসদে গ্ৰহণ কৰিব৷ এই বিষয়ে সংসদৰ চলিত অধিবেশনত এই সপ্তাহৰ ভিতৰতে আলোচনা কৰা হ’ব৷

চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাখনত লগতে কোৱা হৈছে যে বৈবাহিক ধৰ্ষণক আইনীভাৱে অপৰাধ হিচাপে গণ্য কৰা হ’ব নে নহয় সেই লৈ সপক্ষে আৰু বিপক্ষে যুক্তি তৰ্ক অব্যাহত আছে৷

কেন্দ্ৰ তৰফৰ পৰা লগতে আৰু জনোৱা হৈছে যে এই বিষয়টোৰ সম্পৰ্কে কঠোৰ আইনগত পদক্ষেপ লোৱাৰ পূৰ্বে বিশদ আলোচনাৰ প্ৰয়োজন আছে৷

ইফালে শুকুৰবাবে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰটোৰ জ্যেষ্ঠ আইনজীৱী কলিন গোনশ্লেভে মহিলাৰ পক্ষ গ্ৰহণ কৰি ইংলেণ্ডৰ আইন কমিছনাৰৰ এক প্ৰতিবেদন আৰু দেশখনৰ শীৰ্ষ আদালতত বৈবাহিক ধৰ্ষণক অপৰাধ বুলি গণ্য কৰাৰ কে’বাটাও উদাহৰণ দাঙি ধৰে৷

জ্যেষ্ঠ আইনজীৱীগৰাকীৰ মতে ভাৰতৰ দৰে এখন বিশাল আৰু বৈচিত্ৰময় দেশত এগৰাকী মহিলাৰ সপক্ষে কোনটো বৈবাহিক ধৰ্ষণ আৰু কোনটো নহয় সেয়া নিৰ্ধাৰণ কৰা সহজ নহয়৷ কাৰণ এই ঘটনাটো ব্যক্তিগত পৰিসৰত সংঘটিত হয়৷

তেওঁ লগতে দাবী কৰে যে আদালতে পুৰুষৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৫ ধাৰা বাতিল কৰিলে এই অপৰাধৰ শাস্তিৰ বিষয়টো সংসদৰ হাতত ন্যস্ত থাকিব৷

ইফালে কেন্দ্ৰই আদালতত কয় যে শুনানিত কোনো এখন ৰাজ্যৰে প্ৰতিনিধি উপস্থিত নাই, তেওঁলোকৰ অনুপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰকৃত ন্যায় বিচাৰৰ ক্ষেত্ৰত অন্তৰায়হে আহিব৷

কেন্দ্ৰৰ এই শপতনামাই বৈবাহিক ধৰ্ষণক অপৰাধমুক্ত কৰাৰ প্ৰচেষ্টা কৰা বুলিয়ে ধাৰণা কৰা হৈছে৷ সংসদত বিষয়টো আলোচনা হ’লে ইয়াক আইনী অপৰাধ ৰূপে ঘোষণা কৰাটো আৰু সহজ নহ’ব৷ কাৰণ বিজেপি সাংসদসকলে বৈবাহিক ধৰ্ষণক অপৰাধ ৰূপে গণ্য কৰাতো মুকলিকৈ বিৰোধিতা কৰি আহিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24central govt.delhi high courtMarital Rape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
Next Post
ভাৰতীয় বিজ্ঞানীৰ সফলতা! স্ব-বীজাণুমুক্তকৰণ জৈৱ-পচনশীল মাস্ক প্ৰস্তুত

ভাৰতীয় বিজ্ঞানীৰ সফলতা! স্ব-বীজাণুমুক্তকৰণ জৈৱ-পচনশীল মাস্ক প্ৰস্তুত

অখিলেশ হ’ব মুখ্যমন্ত্ৰী! সমাজবাদীৰ মিত্ৰজোঁটে লাভ কৰিব ৪০০ খন আসন!

অখিলেশ হ’ব মুখ্যমন্ত্ৰী! সমাজবাদীৰ মিত্ৰজোঁটে লাভ কৰিব ৪০০ খন আসন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.