• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অখিলেশ হ’ব মুখ্যমন্ত্ৰী! সমাজবাদীৰ মিত্ৰজোঁটে লাভ কৰিব ৪০০ খন আসন!

অখিলেশ হ’ব মুখ্যমন্ত্ৰী! সমাজবাদীৰ মিত্ৰজোঁটে লাভ কৰিব ৪০০ খন আসন!

5 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

8 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

8 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

9 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

9 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

10 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

10 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

10 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

11 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

12 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

14 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

14 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অখিলেশ হ’ব মুখ্যমন্ত্ৰী! সমাজবাদীৰ মিত্ৰজোঁটে লাভ কৰিব ৪০০ খন আসন!

editor by editor
February 5, 2022
in অসম, ভাৰত, ৰাজনীতি
0
অখিলেশ হ’ব মুখ্যমন্ত্ৰী! সমাজবাদীৰ মিত্ৰজোঁটে লাভ কৰিব ৪০০ খন আসন!
0
SHARES
466
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন উপলক্ষ্যে প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলসমূহৰ মাজত বাক-যুদ্ধই চূ়ড়ান্ত ৰূপ পাইছে৷

ইয়াৰ মাজতে সমাজবাদী পাৰ্টিৰ প্ৰধান তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱে দাবী কৰিছে যে সমাজবাদী পাৰ্টি আৰু ৰাষ্ট্ৰীয় লোক দলৰ মিত্ৰশক্তিয়ে উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনত ক্ষমতা দখল কৰিব৷

কেৱল ইমানেই নহয় অখিলেশ যাদৱৰ মতে তেওঁলোকৰ মিত্ৰশক্তিয়ে উত্তৰ প্ৰদেশ বিধানসভাৰ ৪০৩ খন আসনৰ ভিতৰত ৪০০ খনেই লাভ কৰিব৷

‘‘জনতা খঙত ক্ষুব্ধ হৈ আছে৷ মিত্ৰজোঁটে (সমাজবাদী পাৰ্টি আৰু ৰাষ্ট্ৰীয় লোক দল) ৪০০ খন আসন লাভ কৰিম৷ বিৰোধীয়ে মাত্ৰ ৩ খন আসনহে লাভ কৰিব৷’’ অখিলেশ সিং যাদৱে কয়৷

শনিবাৰে আলিগড়ত নিৰ্বাচনী প্ৰচাৰ চলোৱা অখিলেশ সিং যাদৱে AIMIMৰ প্ৰধান তথা সাংসদ আছুদুদ্দিন ওৱেছীলৈ গুলীচালনা কৰাৰ ঘটনাটোক তীব্ৰ গৰিহণা দিছে৷

‘‘ঘটনাটোৰ বিষয়ে জ্ঞাত হোৱাৰ লগে লগে সমাজবাদী পাৰ্টিয়ে গৰিহণা দিছিল। যদি এজন মাফিয়াই এজন ৰাজনৈতিক নেতাক দেখি গুলী চালনা কৰিছিল বিজেপিয়ে ইয়াৰ উত্তৰ দিব লাগিব। এয়া আইন আৰু শৃংখলাৰ আটাইতকৈ ডাঙৰ বিফলতা। আমি তেওঁলোকৰ এনে আইন-শৃংখলা বহুবাৰ দেখিছোঁ৷’’ সমাজবাদী পাৰ্টিৰ প্ৰধান গৰাকীয়ে লগতে কয়৷

ৰাজ্যখনৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰক আক্ৰমণ কৰি সমাজবাদী পাৰ্টিৰ প্ৰধান অখিলেশ সিং যাদৱে আৰু কয় যে যদি হাথৰাছ ধৰ্ষণৰ ভুক্তভোগীয়ে সঠিক চিকিৎসা লাভ কৰা হ’লে এতিয়াও জীয়াই থাকিলহেঁতেন৷

‘‘হাথৰাছৰ কিশোৰীগৰাকীৰ পৰিয়ালে ন্যায় বিচাৰিছিল, পৰিয়ালে ভুক্তভোগী কিশোৰীগৰাকীৰ নশ্বৰদেহ সন্মানসহকাৰে অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ বিচাৰিছিল। কিন্তু এই চৰকাৰৰ মানুহে কি কৰিছিল? তেওঁলোকে এইটো হ’বলৈ দিয়া নাছিল। যদি তাই চিকিৎসালয়ত সঠিক চিকিৎসা লাভ কৰিলেহেঁতেন, হয়তো আজি জীয়াই থাকিলহেঁতেন,’’ যাদৱে লগতে কয়।

উল্লেখ্য যে ৪০৩ আসনযুক্ত উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন অহা ১০ ফেব্ৰুৱাৰিৰ পৰা ৭ মাৰ্চলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু অহা ১০ মাৰ্চত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhilesh singh yadavasom live 24assam live 24axom live 24axom live 24 digitalUP election 2022yogi adityanath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে
ভাৰত

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

September 5, 2026
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…
ভাৰত

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
Next Post
‘অসাধাৰণ এই দৃশ্য’; কেমেৰাত ধৰা দিলে ভূতে, কিন্তু ক’ত?  

‘অসাধাৰণ এই দৃশ্য’; কেমেৰাত ধৰা দিলে ভূতে, কিন্তু ক’ত?  

স্তব্ধ হ’ল এটি কোকিল কণ্ঠ, অন্তিম শয়নত লতা মংগেশকাৰ

স্তব্ধ হ’ল এটি কোকিল কণ্ঠ, অন্তিম শয়নত লতা মংগেশকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.