• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যত কৰুণ ঘটনা, একেটা পৰিয়ালৰে ৪ সদস্যৰ বিহপান কৰি আত্মহত্যাৰ চেষ্টা

ৰাজ্যত কৰুণ ঘটনা, একেটা পৰিয়ালৰে ৪ সদস্যৰ বিহপান কৰি আত্মহত্যাৰ চেষ্টা

4 years ago
মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

2 minutes ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

27 minutes ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

51 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

1 hour ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

2 hours ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

4 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

4 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

5 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

6 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যত কৰুণ ঘটনা, একেটা পৰিয়ালৰে ৪ সদস্যৰ বিহপান কৰি আত্মহত্যাৰ চেষ্টা

editor by editor
February 17, 2022
in অসম
0
ৰাজ্যত কৰুণ ঘটনা, একেটা পৰিয়ালৰে ৪ সদস্যৰ বিহপান কৰি আত্মহত্যাৰ চেষ্টা
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  ৰাজ্যত এক কৰুণ ঘটনা সংঘটিত হৈছে৷ একেটা পৰিয়ালৰে ৪ সদস্যৰ বিহপান কৰি আত্মহত্যাৰ চেষ্টা কৰাৰ  ঘটনা পোহৰলৈ আহিছে।

আত্মহত্যাৰ চেষ্টা কৰা পৰিয়ালটোৰ আটাইকেইজন সদস্যই গুৰুতৰভাৱে আহত বুলি জানিব পৰা গৈছে৷ ঘটনাটোৱে সমগ্ৰ অঞ্চজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

এই কৰুণ ঘটনাটো সংঘটিত হৈছে নলবাৰী জিলাৰ জিলা ধমধমাৰ সমীপৰ আঙাৰধোঁৱা গাঁৱত। ঘটনাৰ বিৱৰণীৰ মতে একেটা পৰিয়ালৰে ৪ সদস্যই একেলগে বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল৷

ফেৰিৱালা হিচাপে ব্যৱসায় কৰি পৰিয়াল চলোৱা ৰাজবংশী উপাধিৰ পতি-পত্নীসহ পুত্ৰ আৰু ধমধমা কলেজত পঢ়ি থকা কন্যাই একেলগে বিহপান কৰি আত্মহত্যাৰ চেষ্টা কৰি চলায়।

লোককেইজনৰ প্ৰাণৰক্ষা পৰে যদিও আটাইকেইজন গুৰুতৰভাৱে অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷ ইয়াৰ তিনিগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

প্ৰাথমিক অনুসন্ধানত পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে বিহপান কৰা বুলি জানিব পৰা গৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
Next Post
কি কথা ক’লে নপঢ়া ছাত্ৰ-ছাত্ৰীয়ে দৈনিক ৯-১০ ঘণ্টাকৈ পঢ়িব?

কি কথা ক’লে নপঢ়া ছাত্ৰ-ছাত্ৰীয়ে দৈনিক ৯-১০ ঘণ্টাকৈ পঢ়িব?

শনিদেৱৰ কৃপা; ২৪ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব এইসকল লোকৰ জীৱন

শনিদেৱৰ কৃপা; ২৪ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব এইসকল লোকৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.