• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰ পূৱত নিৰ্মাণ হ’ব প্ৰথমটো বাইক মটৰ ট্ৰেক এণ্ড স্পৰ্টছ কমপ্লেক্স

উত্তৰ পূৱত নিৰ্মাণ হ’ব প্ৰথমটো বাইক মটৰ ট্ৰেক এণ্ড স্পৰ্টছ কমপ্লেক্স

4 years ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

29 minutes ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

1 hour ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

2 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

3 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

4 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

4 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

4 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

5 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

6 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

7 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

8 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

উত্তৰ পূৱত নিৰ্মাণ হ’ব প্ৰথমটো বাইক মটৰ ট্ৰেক এণ্ড স্পৰ্টছ কমপ্লেক্স

editor by editor
February 19, 2022
in উত্তৰ-পূব, ক্ৰীড়া
0
উত্তৰ পূৱত নিৰ্মাণ হ’ব প্ৰথমটো বাইক মটৰ ট্ৰেক এণ্ড স্পৰ্টছ কমপ্লেক্স
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰা হ’ব উত্তৰ পূৱ ভাৰতৰ প্ৰথমটো মটৰ ৰেচিং স্পৰ্টছ কমপ্লেক্স৷

মিজোৰামত নিৰ্মাণ কৰা হ’ব এই মটৰ ৰেচিং ট্ৰেক এণ্ড স্পষ্ট কমপ্লেক্স৷

ইতিমধ্যে মিজোৰামৰ ক্ৰীড়া মন্ত্ৰী ৰবাৰ্ট ৰোমিৱিয়া ৰয়টে এই কথা ঘোষণা কৰিছে৷

দুদিনমান পূৰ্বে ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে ইতিমধ্যে এই সংক্ৰান্তত মিজোৰাম স্পৰ্টছ কাউন্সিল আৰু মিজোৰাম ৰাজ্যিক চৰকাৰৰ ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন ক’ৰ্পৰেশ্যন লিমিটেডৰ মাজত চুক্তি সম্পন্ন হৈছে৷

মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা মতে মটৰ ৰেচিং ট্ৰেক এণ্ড স্পৰ্টছ কমপ্লেক্সটো আইজলৰ সমীপৰ লেংপুইত নিৰ্মাণ কৰা হ’ব৷ এই প্ৰকল্পটোত ১০ কোটি ব্যয় হ’ব৷

উক্ত প্ৰকল্প স্বাক্ষৰ সম্পন্ন হোৱাৰ পিছতে এক টুইটৰ কৰি উত্তৰ পূৱৰ প্ৰথমটো মটৰ ৰেচিং ট্ৰেক আৰু কমপ্লেক্স নিৰ্মাণ কৰিবলৈ পায় সুখী বুলি উল্লেখ কৰিছে মিজোৰামৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24motor racing
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স
বিনোদন

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

July 10, 2026
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ
বিনোদন

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

July 9, 2026
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ
বিনোদন

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

July 8, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.