• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই স্বামীৰ বিচনাত যুৱতীৰ অৰ্ধ নগ্ন মৃতদেহ উদ্ধাৰ পত্নীৰ

পুৱাই স্বামীৰ বিচনাত যুৱতীৰ অৰ্ধ নগ্ন মৃতদেহ উদ্ধাৰ পত্নীৰ

5 years ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

14 minutes ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

43 minutes ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

60 minutes ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

1 hour ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

2 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

3 hours ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

5 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

5 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

6 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

6 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

6 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুৱাই স্বামীৰ বিচনাত যুৱতীৰ অৰ্ধ নগ্ন মৃতদেহ উদ্ধাৰ পত্নীৰ

editor by editor
February 21, 2022
in অপৰাধ, ভাৰত
0
পুৱাই স্বামীৰ বিচনাত যুৱতীৰ অৰ্ধ নগ্ন মৃতদেহ উদ্ধাৰ পত্নীৰ
0
SHARES
209
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক চাঞ্চল্যকৰ ঘটনাৰ সাক্ষী হ’ল এগৰাকী পত্নী। পুৱাই স্বামীৰ বিচনাত পত্নীয়ে উদ্ধাৰ কৰিলে এগৰাকী যুৱতীৰ অৰ্ধ নগ্ন মৃতদেহ।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি যোৱা শুকুৰবাৰে দিল্লী বুৰাৰী অঞ্চলৰ কৌশিক এনক্লেভৰ এটা ফ্লেটত যুৱতী এগৰাকীৰ অৰ্ধ নগ্ন মৃতদেহ উদ্ধাৰ কৰা হৈছে। আত্মীয় ঘৰৰ পৰা পুৱাই নিজা ফ্লেটলৈ আহি পত্নীয়ে স্বামীৰ বিচনাত অৰ্ধ নগ্ন অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ যে যুৱতীগৰাকীক মুখত সোপা দি উশাহ বন্ধ কৰি হত্যা কৰা হৈছে।

আৰক্ষীৰ সন্দেহ যে মৃত যুৱতীগৰাকীৰ সৈতে প্ৰিয়ংকা নামৰ পত্নীগৰাকীৰ অমন নামৰ স্বামী গৰাকীৰে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল।

পত্নী আৰু পৰিয়ালৰ লোক ঘৰত নথকা অৱস্থাত অমনে যুৱতীগৰাকীক নৈশ যাপনৰ বাবে নিমন্ত্ৰণ কৰিছিল।কিবা কথাত সংঘাতত লিপ্ত হৈ যুৱতীগৰাকীক হত্যা কৰি অমনে পলায়ন কৰে। সংবাদ মাধ্যমৰ আগত ঘটনাৰ বিষয়ে প্ৰকাশ সময়ত আৰক্ষীয়ে কয়ে যে অমন এতিয়াও পলাতক হৈ আছে।

“তেওঁৰ পত্নী এজন আত্মীয়ৰ ঘৰলৈ গৈছিল৷ শুকুৰবাৰে পুৱা ৮ বজাত ঘৰলৈ উভতি আহিছিল। ঘৰলৈ আহি পত্নীয়ে যুৱতীগৰাকীৰ মৃতদেহটো অৰ্ধ-উলংগ অৱস্থাত দেখা পাইছিল।” সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে কয়।

ইফালে আৰক্ষীয়ে মৃত যুৱতীগৰাকী দিল্লীৰ নাথুপুৰা অঞ্চলৰ বাসিন্দা বুলি জানিবলৈ দিয়ে।

যুৱতীগৰাকীৰ পৰিয়ালক অৱগত কৰি আৰক্ষীয়ে হত্যাকাণ্ডটোৰ তদন্ত আৰম্ভ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitaldelhi policemurder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ
বিনোদন

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

September 7, 2026
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ
ভাৰত

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

September 7, 2026
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক
বিনোদন

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

September 7, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
Next Post
হিজাব বিতৰ্কৰ মাজতে কৰ্ণাটকত বজৰং দলৰ সদস্যক হত্যা : প্ৰতিবাদত উত্তাল

হিজাব বিতৰ্কৰ মাজতে কৰ্ণাটকত বজৰং দলৰ সদস্যক হত্যা : প্ৰতিবাদত উত্তাল

IPLৰ সম্প্ৰচাৰৰ বাবে ৫০ হাজাৰ কোটি টকীয়া যুঁজ! কাৰ কাৰ মাজত এই যুদ্ধ?

IPLৰ সম্প্ৰচাৰৰ বাবে ৫০ হাজাৰ কোটি টকীয়া যুঁজ! কাৰ কাৰ মাজত এই যুদ্ধ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.